ETV Bharat / city

হাইস্কুল শিক্ষান্ত পৰীক্ষাত নকল কৰি বহিষ্কৃত 23 গৰাকী - হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা

প্ৰথম দিনাৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাত নকল কৰি বহিষ্কৃত হ'ল 23 গৰাকী পৰীক্ষাৰ্থী ৷ এই সংখ্যা ধুবুৰী জিলাত সৰ্বাধিক ৷

ধুবুৰীত বহিষ্কৃত 17 পৰীক্ষাৰ্থী
ৰাজ্যত মেট্ৰিক পৰীক্ষাত নকল ব্যৱহাৰ
author img

By

Published : Feb 10, 2020, 8:20 PM IST

নিউজ ডেস্ক, 10 ফেব্ৰুৱাৰী : হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰথম দিনাই নকল কৰি সমগ্ৰ অসমতে বহিষ্কৃত হ'ল ২৩ জনকৈ ছাত্ৰ-ছাত্ৰী ৷ এনেদৰে বহিষ্কৃত হোৱা ছাত্ৰ-ছাত্ৰী ধুবুৰী জিলাত সৰ্বাধিক আছিল বুলি তথ্য লাভ কৰা হৈছে ৷ ধুবুৰী জিলাৰ চাপৰত নকল কৰি ১৭ জনকৈ পৰীক্ষাৰ্থী ধৰা পৰে৷ পূৱ বিলাসীপাৰাৰ বহলপুৰ পৰীক্ষা কেন্দ্ৰত ১০ গৰাকী আৰু শালকোছা পৰীক্ষা কেন্দ্ৰত ৭ গৰাকী পৰীক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰি বহিষ্কৃত হয় ৷ চাপৰৰ ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠকে কেন্দ্ৰসমূহ পৰ্যবেক্ষণ কৰি এই পৰীক্ষাৰ্থীসকলক বহিষ্কাৰ কৰে ৷

ৰাজ্যত মেট্ৰিক পৰীক্ষাত নকল ব্যৱহাৰ

ইয়াৰোপৰি, হাইলাকান্দি আৰু গোলাঘাটতো ক্ৰমে ৫ আৰু ১ জন ছাত্ৰ বহিষ্কৃত হয় ৷

উল্লেখ্য যে, এইবাৰ ছেবা কৰ্তৃপক্ষই অসৎ উপায় অৱলম্বন কৰা শিক্ষাৰ্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সেয়েহে ছেবাই নিৰ্ধাৰণ কৰিছে কেতবোৰ নতুন নিয়ম ৷

আৰু পঢ়ক : আজিৰে পৰা আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা

Intro:*হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰথম দিনাই নকল কৰি বহিষ্কৃত হল ২৩ জনকৈ ছাত্ৰ ছাত্ৰী*

আজিৰে পৰা সমগ্ৰ অসমতে আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। আৰম্ভণীৰ প্ৰথম দিনাই সমগ্ৰ অসমতে নকল কৰি বহিষ্কৃত হল ২৩ জনকৈ ছাত্ৰ ছাত্ৰী।

Body:ইয়াৰ ভিতৰত ধুবুৰী জিলাৰ নকল কৰি বহিষ্কৃত হোৱা ছাত্র ছাত্ৰী আছিল সৰ্বাধিক। ধুবুৰী জিলাৰ চাপৰত নকল কৰি ধৰা পৰিল ১৭ জনকৈ ছাত্র ছাত্ৰী। ইয়াৰ ওপৰি হাইলাকাণ্ডি আৰু গোলাঘাটত ৫ আৰু ১জন ছাত্র বহিষ্কৃত হয়।

Conclusion:উল্লেখ‍্য এইবাৰ ছেবা কৰ্তৃপক্ষই অসৎ উপায় অৱলম্বন কৰা শিক্ষাৰ্থীৰ বিৰুদ্ধে কঠোৰ হৈছে। তাৰ বাবে ছেবাই নিৰ্ধাৰণ কৰিছে কেতবোৰ নতুন নিয়ম।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.