ETV Bharat / city

কৰ'ণাভাইৰাছ আতংক : অসমৰ তিনি আন্তৰ্জাতিক সীমান্তত নিষেধাজ্ঞা

author img

By

Published : Mar 14, 2020, 4:59 PM IST

কৰণাভাইৰাছৰ আতংকৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে আন্তৰ্জাতিক সীমান্তত ৷ অসমৰো তিনিটাকৈ স্থানত বন্ধ কৰি দিয়া হৈছে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰৱেশদ্বাৰ ৷

কৰ'ণাভাইৰাছ আতংক
অসমৰ তিনি আন্তৰ্জাতিক সীমান্তত নিষেধাজ্ঞা

গুৱাহাটী, 14 মাৰ্চ : বিশ্বৰ বিভিন্ন দেশৰ পাচত ভাৰততো কৰ'ণাভাইৰাছে আতংকময় পৰিৱেশৰ সৃষ্টি কৰা বাবে চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন সাৱধানতা ৷ বিদেশী লোকৰ ভিছা বাতিল কৰাৰ পৰা বিভিন্ন ক্ৰীড়া অনুষ্ঠানকে ধৰি বাতিল কৰা হৈছে বহুটো অনুষ্ঠানত প্ৰতিষ্ঠানকে ধৰি শিক্ষানুষ্ঠান ৷

কৰ'ণাভাইৰাছ আতংক
আন্তৰ্জাতিক সীমান্তত নিষেধাজ্ঞা

ইয়াৰোপৰি, ভাৰত চৰকাৰে ততাতৈয়াকৈ বন্ধ ঘোষণা কৰিছে সকলো আন্তৰ্জাতিক সীমান্ত ৷ কোনো বিদেশী লোকৰ জৰিয়তে এই ভাইৰাছে যাতে দেশত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি চোকা নজৰ ৰখা হৈছে আৰু সীমান্ত অঞ্চল বন্ধ কৰা হৈছে ৷

কৰ'ণাভাইৰাছ আতংক
আন্তৰ্জাতিক সীমান্তত নিষেধাজ্ঞা

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক জৰুৰী নিৰ্দেশনাযোগে দেশৰ আঠখন ৰাজ্যৰ সৈতে সংলগ্ন হৈ থকা আন্তৰ্জাতিক সীমাসমূহ 15 মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ কৰিছে ৷ এই নিৰ্দেশনাত থকা অসমৰ তিনিটা আন্তৰ্জাতিক সীমান্ত পথ হ'ল : ভাৰত-বাংলাদেশ সীমান্তৰ মানকাচৰ আৰু সুতাৰকান্দি আৰু ভাৰত-ভূটান সীমান্তৰ দৰঙা ৷

কৰ'ণাভাইৰাছ আতংক
আন্তৰ্জাতিক সীমান্তত নিষেধাজ্ঞা

উল্লেখ্য যে, এই জৰুৰী নিৰ্দেশনাই অসমৰ লগতে আন্তৰ্জাতিক সীমামূৰীয়া ৰাজ্য ক্ৰমে পশ্চিমবংগ, বিহাৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডকো সামৰি লৈছে ৷

আৰু পঢ়ক : "আজমলৰ প্ৰেমত আগতেই পৰিছিল বিজেপি, মই দেৰিকৈ পৰিছোঁ অলপ" : তৰুণ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.