ETV Bharat / city

মুখ্যমন্ত্ৰীৰ নিৰ্দেশঃ ডাঃ দেবেন দত্তৰ হত্যাৰ বিচাৰ হ'ব ফাষ্ট ট্ৰেক আদালতত

author img

By

Published : Sep 4, 2019, 7:58 PM IST

ডাঃ দেবেন দত্তৰ হত্যাৰ ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সম্পন্ন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷ এইক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ডাঃ দেবেন দত্তৰ হত্যাৰ বিচাৰ হ'ব ফাষ্ট ট্ৰেক আদালতত

গুৱাহাটী, ৪ ছেপ্টেম্বৰঃ

  • ডাঃ দেবেন দত্তৰ হত্যাৰ ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সম্পন্ন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ
  • এইক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
  • বুধবাৰে বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথনক হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব ন্যস্ত কৰে মুখ্যমন্ত্ৰীয়ে
  • মুখ্যমন্ত্ৰীয়ে প্ৰয়াত চিকিৎসকগৰাকীৰ পত্নীৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰে
  • ডা০ দেবেন দত্তৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা মুখ্যমন্ত্ৰীৰ

Intro:গুৱাহাটী, ৪ আগষ্ট: ডা০ দেবেন দত্তৰ হত্যাৰ ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সম্পন্ন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ l এইক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষ গুৰুত্ব আৰোপ কৰি আজি বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথনক হত্যা কাণ্ডৰ তদন্তৰ দায়িত্ব ন্যস্ত কৰে।
Body:মুখ্যমন্ত্ৰীয়ে আজি প্ৰয়াত চিকিৎসকগৰাকীৰ পত্নীৰ সৈতেও টেলিফোন যোগে বাৰ্তালাপ কৰে।
Conclusion:ডা০ দেবেন দত্তৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি মুখ্যমন্ত্ৰীয়ে এই ঘটনাত
গভীৰ শোক প্ৰকাশ কৰাৰ লগতে কয় যে এই হত্যাকাণ্ডৰ সৈতে জড়িত কোনোৱেই সাৰি যাব নোৱাৰিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.