ETV Bharat / city

মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - মুখ্যমন্ত্ৰী

মিছন স্মাইলৰ চিকিৎসা গ্ৰহণ কৰি থকা শিশুসকলৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Feb 20, 2019, 2:43 PM IST

গুৱাহাটী,২০ ফেব্ৰুৱাৰীঃবুধবাৰে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিছন স্মাইলৰ অধীনত চিকিৎসা গ্ৰহণ কৰি থকা শিশুসকলৰ স্বাস্থ্যৰ বুজ লয়। ২০১৮-১৯ বৰ্ষৰ পৰা মিছন স্মাইলৰ অধীনত চিকিৎসাধীন হৈ থকা প্ৰায় ১০০০ শিশুক দেখা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ইপিনে শিশুসকলৰ স্বাস্থ্যৰ বুজ লৈ মুখ্যমন্ত্ৰী সোণোৱালে মিছন স্মাইলৰ সৈতে জড়িত থকা প্ৰতিজন ব্যক্তিক শুভেচ্ছা জ্ঞাপন কৰে । লগতে এই শিশুসকলক পৰবৰ্তী সময়ত চিকিৎসক সকলৰ পৰামৰ্শ মৰ্মে আৰু অধিক সুবিধা প্ৰদান কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে ২০০৯ চনৰ পৰা বৰ্তমানলৈকে মুঠ ১৯ হাজাৰ ১৫ টা শিশুক মিছন স্মাইলৰ জৰিয়তে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰে ।

Intro:MMCH ত উপস্থিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।মিছন স্মাইলৰ অধীনত চিকিৎসা গ্ৰহণ কৰি থকা শিশু সকলৰ স্বাস্থ্যৰ বুজ লয় তেওঁ।
bite:- সৰ্বানন্দ সোণোৱাল।

Body:2018 - 19 বৰ্ষৰ পৰা প্ৰায় 1000 শিশু মিছন স্মাইলৰ অধীনত চিকিৎসাধীন হৈ থকা শিশু সকলক আজি দেখা কৰে মন্ত্ৰী গৰাকীয়ে।2009 চনৰ পৰা আজিলৈ মুঠ 19 হাজাৰ 15 তা শিশুক মিছন স্মাইলৰ জৰিয়তে হাঁহি বিৰিঙবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.