ETV Bharat / city

অতি শীঘ্ৰেই বিজেপিত যোগ দিব সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

author img

By

Published : Nov 9, 2020, 9:49 PM IST

Updated : Nov 9, 2020, 10:43 PM IST

বিজেপিৰ এক শীৰ্ষ সূত্ৰৰ প্ৰকাশ
অতি শীঘ্ৰেই বিজেপিত যোগ দিব সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

21:38 November 09

বিজেপিৰ এক শীৰ্ষ সূত্ৰই দৈমাৰীৰ বিজেপি আগমনৰ কথা নিশ্চিত কৰিছে

গুৱাহাটী, 9 নৱেম্বৰ : সমাগত বিটিচি নিৰ্বাচন ৷ সম্প্ৰতি বড়োভূমিত বলিছে নিৰ্বাচনী বতাহ ৷ কৰ‘ণা মহামাৰীৰ মাজতো ৰাজনৈতিক দল সমূহে নিজ-নিজ ৰণকৌশলেৰে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ৷ তাৰ মাজতে আৰম্ভ হৈছে ৰাজনৈতিক নেতাৰ দল বাগৰা কাৰ্য ৷ এইবাৰ বিটিচিৰ পৰা আহিছে আন এক গুৰুত্বপূৰ্ণ খবৰ ৷ অতি শীঘ্ৰেই বিজেপিত যোগ দিব সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷ বিপিএফৰ অন্যতম শীৰ্ষ নেতা হিচাপে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত দৈমাৰীয়ে ইতিমধ্যে ত্যাগ কৰিছে বিপিএফ ৷ বিজেপিৰ এক শীৰ্ষ সূত্ৰই তেওঁৰ বিজেপি আগমনৰ কথা নিশ্চিত কৰিছে ৷  বিটিএডিৰ নিৰ্বাচনত বিজেপিৰ হৈ নেতৃত্ব দিয়াৰ সম্ভাৱনা বিশ্বজিৎ দৈমাৰীৰ ৷

লগতে পঢ়ক: কাছাৰত আটক 3 উগ্ৰপন্থীঃ জব্দ অস্ত্ৰ-শস্ত্ৰ

Last Updated : Nov 9, 2020, 10:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.