ETV Bharat / city

মেঘালয়বাসীয়ে পালন কৰিলে বেহদেইনখ্লাম ফেষ্টিভেল - Assam News

মেঘালয়ৰ পশ্চিম জয়ন্তীয়া জিলাত সোমবাৰে পালন কৰা হয় এই ফেষ্টিভেল ৷

বেহদেইনখ্লাম ফেষ্টিভেল
author img

By

Published : Jul 23, 2019, 9:54 AM IST

Updated : Jul 23, 2019, 2:08 PM IST

গুৱাহাটী, 23 জুলাইঃ মেঘালয়ৰ পশ্চিম জয়ন্তীয়া জিলাত সোমবাৰে পালন কৰা হয় বেহদেইনখ্লাম ফেষ্টিভেল ৷ প্ৰত্যেক বছৰে জুলাই মাহত শীৰ্ষক ফেষ্টিভেলটো আয়োজন কৰে মেঘালয়ৰ জয়ন্তীয়া পাহাৰবাসীয়ে ৷ যোৱাকালি অনুষ্ঠিত হৈ যোৱা ফেষ্টিভেলত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাকে ধৰি হাজাৰ হাজাৰ লোক উপস্থিত থাকে ৷

Intro:Behdienkhlam Festival at Tuber, West Jaintia Hills district, Meghalaya

Body:Behdienkhlam Festival at Tuber, West Jaintia Hills district, Meghalaya

মেঘালয়ৰ বেষ্ট জয়ন্তীয়া পাহৰীয়া জিলাত সেমবাৰে Behdienkhlam Festival পালন কৰা হল। এই উৎসৱ প্ৰত্যেক বছৰৰ জুলাই মাহত পালন কৰা হয় । এই অনুষ্ঠানতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ লওঁতে হাজাৰ হাজাৰ জনতা উপস্থিত থাকে ।
Conclusion:Asrar Ansari
Guwahati
Last Updated : Jul 23, 2019, 2:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.