ETV Bharat / city

COVID-১৯ : ৰাজ্যত পুনৰ আক্ৰান্ত 2036 গৰাকী

author img

By

Published : Aug 27, 2020, 10:41 PM IST

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণ ৷ বৃহস্পতিবাৰে পুনৰ 2036 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড ভাইৰাছৰ উপস্থিতি ৷ ৰাজ্যত বৰ্তমানেও সংক্ৰিয় ৰোগীৰ সংখ্যা 19219 গৰাকী ৷

ASSAM COVID LATEST UPDATE : 2036 new cases in StateASSAM COVID LATEST UPDATE : 2036 new cases in State

নিউজ ডেস্ক, 27 আগষ্ট : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বৃহস্পতিবাৰৰ দিনটোত পুনৰ নতুনকৈ 2036 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷

  • 📌Alert ~ 2036 #COVID cases detected today out of 35395 tests done in last 24 hours

    Positivity Rate- 5.75%

    Kamrup M- 481, Jorhat 146, Dibrugarh- 129, Hailakandi- 110

    ↗️Total cases 98807
    ↗️Recovered 76962
    ↗️Active cases 21564
    ↗️Deaths 278

    9:05 PM, Aug 27 pic.twitter.com/SMUU1tp6Bo

    — Himanta Biswa Sarma (@himantabiswa) August 27, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰে 481 গৰাকী লোক হৈছে কামৰূপ মেট্ৰ’ৰ নিৱাসী ৷ ইপিনে যোৱা 24 ঘণ্টাত ৰাজ্যখনত মুঠ 35,395 গৰাকী লোকক ক’ভিড পৰীক্ষা কৰা হৈছে ৷ য’ত 2036 গৰাকী লোক ক’ভিড পজিটিভ বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰে ৷

ইয়াৰ লগে-লগে ৰাজ্যখনত ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই হৈছে 98807 গৰাকীলৈ ৷ আনহাতে বৃহস্পতিবাৰৰ দিনটোতেই 2345 গৰাকী আক্ৰান্তই আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ ফলত বৰ্তমানলৈকে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে মুঠ 79307 গৰাকী ৷

  • 📌 Discharge Alert

    2⃣3⃣4⃣5⃣ patients discharged today.

    Glad that number of discharged patients is now 80% of total cases!

    Proud of doctors & certain that we shall win!

    😊Total Discharged Patients: 79307
    😑Active Patients: 19219

    9:15 PM/Aug 27#AssamFightsCovid pic.twitter.com/TIlFmy1jds

ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 19219 টা ঘটনা ৷ ইপিনে বৰ্তমানলৈকে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই হৈছে 278 গৰাকী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.