ETV Bharat / city

COVID-১৯ : ৰাজ্যত পুনৰ 1165 গৰাকী পজিটিভ - 1165 new covid case in Assam

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ শনিবাৰে পুনৰ 1165 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি ৷ ইয়াৰে 353 গৰাকী গুৱাহাটী মহানগৰীৰ বিপৰীতে 100 গৰাকী হৈছে গোলাঘাট জিলাৰ ৷ স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে উল্লেখ কৰে এই তথ্য ৷

Assam covid-19 upadate : 1165 new Covid cases in Assam

author img

By

Published : Jul 26, 2020, 2:23 AM IST

নিউজ ডেস্ক, 26 জুলাই: ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ক’ভিড-19 ৰ আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ শনিবাৰৰ দিনটোত ৰাজ্যত পুনৰ 1165 গৰাকী লোকক ক’ভিড পজিটিভ পোৱা যায় ৷ আক্ৰান্ত ৰোগীসকলৰ 353 গৰাকী গুৱাহাটী মহানগৰীৰ বিপৰীতে 100 গৰাকী হৈছে গোলাঘাট জিলাৰ ৷ টুইট যোগে এই কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷

  • 📌Alert ~ 1165 new #COVID19 cases detected in Assam today, with 353 incidents recorded from Guwahati and 100 from Golaghat

    Please follow precautions strictly.

    ↗️Total cases 31086
    ↗️Recovered 21761
    ↗️Active cases 9245
    ↗️Deaths 77

    10:55 PM/July 25#AssamCovidCount pic.twitter.com/8gUu4fXcFl

    — Himanta Biswa Sarma (@himantabiswa) July 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • 📌 Discharge Alert

    1⃣2⃣9⃣4⃣ patients are discharged today. Today is yet another good day as number of those discharged is again higher than new cases.

    All please take care.

    😊Total Discharged Patients: 23055
    😑Active Patients: 7951

    11:20 PM/July 25 #AssamCovidCount pic.twitter.com/56UDfFuyJb

বৰ্তমান ৰাজ্যখনত ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 31,086 গৰাকীলৈ ৷ অৱশ্যে শনিবাৰে 1294 গৰাকীকৈ লোক আৰোগ্য লাভ কৰিবলৈও সক্ষম হয় ৷ ফলত ৰাজ্যখনত বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে মুঠ 23055 গৰাকী লোকে ৷ ইয়াৰ বিপৰীতে এতিয়াও সক্ৰিয় হৈ আছে 7,951 টা ঘটনা ৷ আনহাতে, মৃত্যু হৈছে বৰ্তমানলৈকে 77 গৰাকী লোকৰ ৷

লগতে চাওক-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি : খাইছে নে এই ছয় বিধ বস্তু ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.