ETV Bharat / city

কংগ্ৰেছে নাটক নক'ৰে, মোদীহে কৰেঃ ৰিপুণ বৰা - কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শ্ৰমিকৰ সৈতে মন বিনিময় কৰা ফটোয়ে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছিল। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি এই কাৰ্যক নাটক আখ্যা দিছিল । বিত্তমন্ত্ৰী গৰাকীৰ এনে মন্তব্য পিছতে জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল।

ETV BHARAT
কংগ্ৰেছে নাটক নক'ৰে, মোদীহে কৰেঃ ৰিপুণ বৰা
author img

By

Published : May 17, 2020, 8:26 PM IST

গুৱাহাটী, 17মেঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক উভতি ধৰে অসম কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই। লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰাই ৷

কংগ্ৰেছে নাটক নক'ৰে, মোদীহে কৰেঃ ৰিপুণ বৰা

শেহতীয়াকৈ বহিঃৰাজ্যৰ পৰা ওভতি অহা শ্ৰমিকৰ কাষত বহি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁলোকৰ লগত মন বিনিময় কৰা ফটোই ব্যাপক চৰ্চা লাভ কৰিছে। এই ফটোখনকলৈ আৰম্ভ হৈছে ৰাজনৈতিক বাক বিতণ্ডা । ইতিমধ্যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদ মেল যোগে ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি এই কাৰ্যক নাটক আখ্যা বুলি মন্তব্য কৰিছিল। বিত্তমন্ত্ৰীগৰাকীৰ এনে মন্তব্য পিছতে জাঙুৰ খাই উঠিছে বিৰুধী কংগ্ৰেছ দল।ঠিক একেদৰে নিৰ্মলা সীতাৰমণক উভতি ধৰে অসম কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰায় । অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি গৰাকীয়ে "কংগ্ৰেছে নাটক নক'ৰে, নাটক কৰাৰ মাষ্টাৰ মাইণ্ড প্ৰধানমন্ত্ৰী মোদীহে বুলি মন্তব্য কৰে । যি গৰাকী প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে শ্ৰমিকৰ ভৰি ধুই সেৱা কৰিছিল, আজি সেই শ্ৰমিকৰ দুৰ্দশা আৰু আৰ্তনাদ শুনিবলৈ আহৰি নাই মোডীৰ।" এনেদৰেই বিজেপিক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায় ।

লগতে পঢ়ক- সোণাৰুৰ হালধীয়াৰে সোণাৰিক সোণোৱালী কৰাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.