গুৱাহাটী, 13 জানুৱাৰীঃ এদিনীয়া কাৰ্যক্ৰমনিকাৰে আজি অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিবেশন । পুৱা ৯.৩০ বজাত ৰাজ্যপালৰ ভাষণেৰে এই বিশেষ অধিবেশন আৰম্ভ হ'ব । ৰাজ্যৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সকলে লাভ কৰি অহা চৰকাৰী সা-সুবিধাৰ ম্যাদ ২০১৯ বৰ্ষত উকলি যোৱাৰ হেতুকে সেই সা-সুবিধাসমূহ আৰু দহ বছৰলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যেই আহ্বান কৰা হৈছে এই বিশেষ অধিবেশনৰ । অৱশ্যে নিঃসন্দেহে এই এদিনীয়া বিশেষ অধিবেশনত সদনত চৰ্চিত হ'ব "কা" ৰ প্ৰসংগ । নিশা পৰ্যন্ত চলিব আজিৰ এই বিশেষ অধিবেশন ।
আজি বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন - অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন
সোমবাৰে অসম বিধানসভাৰ বিশেষ অধিবেশন অনুষ্ঠিত হ'ব ৷ এদিনীয়া অধিবেশনখন ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব ৷
![আজি বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন Assam Assembly Special Session today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5691370-thumbnail-3x2-0.jpg?imwidth=3840)
আজি বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন
গুৱাহাটী, 13 জানুৱাৰীঃ এদিনীয়া কাৰ্যক্ৰমনিকাৰে আজি অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিবেশন । পুৱা ৯.৩০ বজাত ৰাজ্যপালৰ ভাষণেৰে এই বিশেষ অধিবেশন আৰম্ভ হ'ব । ৰাজ্যৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সকলে লাভ কৰি অহা চৰকাৰী সা-সুবিধাৰ ম্যাদ ২০১৯ বৰ্ষত উকলি যোৱাৰ হেতুকে সেই সা-সুবিধাসমূহ আৰু দহ বছৰলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যেই আহ্বান কৰা হৈছে এই বিশেষ অধিবেশনৰ । অৱশ্যে নিঃসন্দেহে এই এদিনীয়া বিশেষ অধিবেশনত সদনত চৰ্চিত হ'ব "কা" ৰ প্ৰসংগ । নিশা পৰ্যন্ত চলিব আজিৰ এই বিশেষ অধিবেশন ।
![Assam Assembly Special Session today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-assembly-special-session-7206058_13012020083850_1301f_1578884930_67.jpeg)
Intro:গুৱাহাটী, ১৩ জানুৱাৰীঃ এদিনীয়া কাৰ্যক্ৰমনিকাৰে আজি অনুষ্ঠিত হব অসম বিধানসভাৰ বিশেষ অধিবেশন । পুৱা ৯.৩০ বজাত ৰাজ্যপালৰ ভাষণেৰে এই বিশেষ অধিবেশন আৰম্ভ হব ।Body:ৰাজ্যৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সকলে লাভ কৰি অহা চৰকাৰী সা সুবিধাৰ ম্যাদ ২০১৯ বৰ্ষত উকলি যোৱাৰ হেতুকে সেই সা সুবিধা সমূহ আৰু দহ বছৰলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যেই আহ্বান কৰা হৈছে এই বিশেষ অধিবেশনৰ ।Conclusion:অৱশ্যে নিঃসন্দেহে আজিৰ এই এদিনীয়া বিশেষ অধিবেশনত সদনত চৰ্চিত হব "কা" ৰ প্ৰসংগ । আজি নিশা পৰ্যন্ত চলিব এই বিশেষ অধিবেশন ।
Last Updated : Jan 13, 2020, 9:13 AM IST