ETV Bharat / city

ৰে'ল যাত্ৰীৰ বাবে বিশেষ পদক্ষেপ : নিৰ্মাণ হ'ব ৰাজহুৱা টইলেট

author img

By

Published : Oct 5, 2019, 9:50 AM IST

ৰে'ল যাত্ৰীসকলৰ বাবে ভাৰতীয় ৰেলৱে'ৰ খাদ্য আৰু পৰ্যটন বিভাগে (IRCTC) গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ অতিশীঘ্ৰে মহিলাসকলৰ বাবে নিজাববীয়া প্ৰচেষ্টাৰে ৰাজহুৱা টইলেটৰ ব্যৱস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰিছে সাংসদ কুইন ওজাই ৷

ৰে'ল যাত্ৰীৰ বাবে বিশেষ পদক্ষেপৰ আশ্বাস কুইন ওজাৰ

গুৱাহাটী, 5 অক্টোবৰ : ৰে'ল যাত্ৰীসকলৰ বাবে ভাৰতীয় ৰেলৱে'ৰ খাদ্য আৰু পৰ্যটন বিভাগে (IRCTC) গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ শুকুৰবাৰে যাত্ৰীসকলৰ সুবিধাৰ্থে মালিগাঁও কামাখ্যা ৰে'ল ষ্টেচনত মুকলি কৰা হয় কচিনা ফুড প্লাজা নামৰ এখন বিলাসী ৰেষ্টোৰেন্ট ৷ এই ৰেষ্টোৰেন্টখন আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাই । এই ৰেষ্টোৰেন্টখনত যাত্ৰীয়ে অতি কম দৰতে সুস্বাদু খাদ্য সামগ্ৰী লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

ইফালে প্ৰস্ৰাৱগাৰৰ অভাৱত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা মহিলাসকলৰ বাবে নিজাববীয়া প্ৰচেষ্টাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে কুইন ওজাই । পৰ্যাপ্ত স্থানৰ অভাৱত ৰাজহুৱা টয়লেট নিৰ্মাণত ব্যাঘাট জন্মিছে বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে । এই ক্ষেত্ৰত অতিশীঘ্ৰে এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে সাংসদ কুইন ওজাই ।

Intro:ৰে'ল যাত্ৰীসকলৰ বাবে বিশেষ পদক্ষেপ Indian Railway Catering and Tourism Corporation (IRCTC)ৰ। শুকুৰবাৰে যাত্ৰীসকলৰ সুবিধাৰ্থে মালিগাঁও কামাখ্যা ৰে'ল ষ্টেচনত মুকলি কৰা হয় কচিনা ফুড প্লাজা নামৰ এখন বিলাসী ৰেষ্টোৰা। এই ৰেষ্টোৰাখন আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাই। এই ৰেষ্টোৰাখনত যাত্ৰীয়ে অতি কম দৰতে সুস্বাদু খাদ্য সামগ্ৰী লাভ কৰিব বুলি কয় সাংসদগৰাকীয়ে। ইফালে গুৱাহাটীত প্ৰস্ৰাৱগাৰৰ অভাৱত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় মহিলাসকল। এই ক্ষেত্ৰত নিজাববীয়া প্ৰচেষ্টাৰে ব্যৱস্থা গ্ৰহণ বুলি কয় কুইন ওজাই। পৰ্যাপ্ত স্থানৰ অভাৱত ৰাজহুৱা টয়লেট নিৰ্মাণত ব্যাঘাট জন্মিছে বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে। এই ক্ষেত্ৰত অতিশীঘ্ৰে এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে সাংসদ কুইন ওজাই।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.