ETV Bharat / city

8 অক্টোবৰত গুৱাহাটীলৈ আহি আছে অমিত শ্বাহ - Union Home Minister Amit Shah

8 অক্টোবৰত গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাটো ইতিমধ্যে নিশ্চিত হৈছে ৷ সেইদিনাই তেওঁ গুৱাহাটীৰ বশিষ্ঠত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয়টো (BJP new party office) উদঘাটন কৰিব ৷

Etv Bharat
Etv Bharat
author img

By

Published : Sep 13, 2022, 11:02 AM IST

নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ: আগন্তুক দূৰ্গোৎসৱৰ পিছতেই গুৱাহাটীলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Union Home Minister Amit Shah) ৷ মূলতঃ দলীয় কাৰ্যসূচী হাতত লৈয়েই কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ এই অসম ভ্ৰমণ যদিও এই সময়চোৱাত কেইবাটাও চৰকাৰী কাৰ্যসূচীতো তেওঁ ভাগ লোৱাৰ কথা ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই (MP Dilip Saikia) ই টিভি ভাৰতক জনোৱা মতে আগন্তুক 8 অক্টোবৰত গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাটো ইতিমধ্যে নিশ্চিত হৈছে ৷ সেইদিনাই তেওঁ গুৱাহাটীৰ বশিষ্ঠত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয়টো (BJP new party office) উদঘাটন কৰিব ৷

বৰ্তমানলৈকে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচী নিশ্চিত হৈছে বুলিও সাংসদগৰাকীয়ে জানিবলৈ দিয়ে ৷ আনহাতে, প্ৰাপ্ত খবৰ মতে সেই একেদিনাই গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ খানাপাৰাত এখন দলীয় সভাতো ভাগ ল'ব ৷

লগতে পঢ়ক: আকৌ হুৰহুৰকৈ কমিছে APDCL ৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.