ETV Bharat / city

গাড়ীগাঁও দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ

author img

By

Published : Mar 15, 2022, 12:49 PM IST

আৰক্ষীৰ জালত গাড়ীগাঁও দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত বিকি আলী ৷ দামপুৰ পাহাৰত আত্মগোপন কৰি আছিল বিকি আলীয়ে ৷ কামৰূপ মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকি আলীক (accused of garigaon gang rape arrested) ৷

accused of garigaon gang rape arrested
accused of garigaon gang rape arrested

নিউজ ডেস্ক, 15 মাৰ্চ : চাঞ্চল্যকৰ গাড়ীগাঁও দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ (accused of garigaon gang rape arrested) ৷ কামৰূপ মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকি আলীক ৷ দামপুৰ পাহাৰত আত্মগোপন কৰি আছিল বিকি আলীয়ে ৷ জালুকবাৰী থানালৈ অনা হৈছে বিকি আলীক ৷ বৰ্তমানেও পলাতক হৈ আছে বাকী চাৰি অভিযুক্ত ৷

পাঁচ যুৱকে মিলি দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল এগৰাকী কিশোৰীক (Guwahati gang rape news) ৷ কেৱল ধৰ্ষণ কৰাই নহয়, সমস্ত ঘটনাৰ ভিডিঅ’ কৰি আপলোড দিছিল ছ’চিয়েল মিডিয়াত ৷ বিকি আলী নামৰ যুৱকজনে ফুচুলাই লৈ গৈছিল দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক (Gang rape in Assam capital city) ৷ এটা বন্ধ কোঠাত বন্ধুৰ সৈতে মিলি ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক ৷ তাৰ পাচত পুনৰ এখন হোটেললৈ নি পাঁচ বন্ধুৰ সৈতে মিলি কিশোৰী গৰাকীক ধৰ্ষণ কৰে ৷

কিশোৰীগৰাকীৰ পৰিয়ালে পাণবজাৰ মহিলা আৰক্ষী থানাত দাখিল কৰিছিল এটা গোচৰ ৷ পাণবজাৰ থানাত 19/22 নম্বৰত পাঁচ অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ ৷ গোচৰটোত US 376(D) IPC RW SEC 6, POSCO ACT/RW 67(B) আৰু IT ACT ৰ ধাৰা আৰোপ কৰা হৈছে ৷ অভিযুক্ত যুৱক কেইজন হৈছে বিকি আলী, ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলী ৷

দলবদ্ধ ধৰ্ষণৰ ৫ অভিযুক্তৰ ৭ জনকৈ আত্মীয়-বন্ধুক সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল পাণবজাৰ মহিলা আৰক্ষীয়ে (Minor girl raped in Guwahati) । ধর্ষণকাৰীক লুকুৱাই ৰখা লগতে পলায়নত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Relative of Guwahati gang rape accused are arrested) ।

লগতে পঢ়ক : Guwahati Gang rape : গুৱাহাটীৰ গাড়ীগাঁৱত পাঁচ যুৱকৰ কামনাৰ বলি কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.