ETV Bharat / city

কেন্দ্ৰীয় গৃহৰক্ষী আৰু প্ৰতিৰক্ষা বাহিনীৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - গৃহৰক্ষী

মহানগৰীৰ পানীখাইটিস্থিত কেন্দ্ৰীয় গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰত কেন্দ্ৰীয় গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷

A-ghy-6 dec-01-civil defense day-vis-as10003
পানীখাইটিত কেন্দ্ৰীয় গৃহৰক্ষী আৰু প্ৰতিৰক্ষা বাহিনীৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
author img

By

Published : Dec 6, 2020, 10:51 PM IST

গুৱাহাটী, 6 ডিচেম্বৰঃ দেওবাৰে কেন্দ্ৰীয় গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । মহানগৰীৰ পানীখাইটিস্থিত কেন্দ্ৰীয় গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰত উদযাপন কৰা হয় এই অনুস্থান । অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উন্নয়ন দপ্তৰ আৰু আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ।

পানীখাইটিত কেন্দ্ৰীয় গৃহৰক্ষী আৰু প্ৰতিৰক্ষা বাহিনীৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে গৃহৰক্ষী বাহিনী ৫ টা প্লাটোনৰ পৰা অভিবাদন গ্ৰহণ কৰে । লগতে মন্ত্ৰী গৰাকী উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিত ভাৱে প্ৰেৰণ কৰা ভাষণ পাঠ কৰে । ভাষণত গৃহৰক্ষী জোৱান সকলৰ প্ৰতিদিনৰ ভাট্টা ৩১৫ ৰ পৰা বৃদ্ধি কৰাৰ চিন্তা চর্চা অব্যাহত থকা বুলি মন্তব্য কৰে । অনুষ্ঠানত কেন্দ্ৰীয় অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ জোৱানৰ জৰিয়তে বিভিন্ন দুৰ্ঘটনা সংঘটিত হোৱা সময়ত কেনেকৈ দূর্গত সকলক উদ্ধাৰ কৰিব পাৰি তাৰ ওপৰত বিভিন্ন কৌশল প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক- বাক্সা জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.