ETV Bharat / city

চাবুৱাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

ভোট গ্ৰহণৰ আগমুহূৰ্তত শুকুৰবাৰৰ নিশাৰ ভাগত ১২১ নং চাবুৱা বিধানসভা সমষ্টিত বৃহৎ পৰিমাণৰ সুৰা জব্দ ৷ ফ্লাইং স্কোৱাডে এক গোপন সুত্ৰৰ পম খেদি জব্দ কৰে বৃহৎ পৰিমানৰ বিদেশী সুৰা ৷

চাবুৱাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ
চাবুৱাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ
author img

By

Published : Mar 27, 2021, 7:37 AM IST

চাবুৱা,27 মাৰ্চঃ ভোট গ্ৰহণৰ আগমুহূৰ্তত শুকুৰবাৰে নিশা ১২১ নং চাবুৱা বিধানসভা সমষ্টিত বৃহৎ পৰিমাণৰ সুৰা জব্দ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

চাবুৱাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ
চাবুৱাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

চাবুৱা আৰক্ষী থানাৰ অন্তৰ্গত হাতীআলি চাইডিঙত নিশা ভোটাৰক বিতৰণ কৰাৰ উদ্দেশ্যে হাতীআলিৰ জনৈক দাস উপাধিৰ ঘৰত মজুত থকা বৃহৎ পৰিমানৰ বিদেশী সুৰা জব্দ হয় ৷ ফ্লাইং স্কোৱাডে এক গোপন সুত্ৰৰ পম খেদি জব্দ কৰে বৃহৎ পৰিমানৰ বিদেশী সুৰা । অৱশ্যে কোন দলৰ প্ৰাৰ্থীৰ হৈ ভোটাৰক বিতৰণ কৰিবলৈ আনিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । ঘৰৰ গৰাকী দাস উপাধিৰ ব্যক্তিজন বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্যৰ হৈ প্ৰচাৰ চলালে সাংসদ গৌৰৱ গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.