ETV Bharat / city

নাহৰকটীয়া সচেতন মহিলা মঞ্চৰ মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ - বিজেপিৰ নৱগঠিত অসম ৰাজ্যিক সমিতিৰ সম্পাদক

নাহৰকটীয়াত সচেতন মহিলা মঞ্চই ৰাজ্যৰ মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

নাহৰকটীয়া সচেতন মহিলা মঞ্চৰ মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

author img

By

Published : Aug 25, 2020, 1:08 AM IST

নাহৰকটীয়া, 24 আগষ্ট : নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত চাচনী মৌজাৰ সচেতন মহিলা মঞ্চৰ উদ্যোগত সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

সচেতন মহিলা মঞ্চৰ মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

৮৫ খন ৰাজহ গাঁৱেৰে গঠিত বৃহৎ কৃষিভিত্তিক মৌজা চাচনীৰ প্ৰতিখন গাঁৱৰ পৰা দুগৰাকীকৈ মহিলাই বিজেপিৰ নৱগঠিত অসম ৰাজ্যিক সমিতিৰ সম্পাদক তৰংগ গগৈৰ বাসগৃহত উপস্থিত হৈ তেখেতক ফুলাম গামোছাৰে অভিনন্দন জনায় ৷

মহিলাসকলে অঞ্চলটোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে মাননীয় মূখ্যমন্ত্ৰীলৈ সম্পাদক তৰংগ গগৈৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ইয়াৰ উপৰিও সচেতন মহিলা মঞ্চৰ সদস্যাসকলে সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সমাজৰ সামাজিক,অৰ্থনৈতিক,সাংস্কৃতিক উন্নয়নৰ বাবে কিদৰে সকলোৱে সমিলমিলেৰে আগবাঢ়ি যাব পাৰে,সেই সম্পৰ্কে সম্পাদকগৰাকীৰে এক সৌহাদ্যমূলক আলোচনাত মিলিত হয় ৷

লগতে পঢ়কঃ শিৱসাগৰৰ ৰাধিকা এতিয়া বহুজনৰ বাবেই আদৰ্শ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.