ETV Bharat / city

মৰাণ আৰু হাইলাকান্দিত প্ৰয়াত বাজপেয়ীৰ জন্ম বাৰ্ষিকী উদযাপন - Birth anniversary of Atal Bihari Bajpayee at Morana and Hailakandi

মৰাণ আৰু হাইলাকান্দিত প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকী উদযাপন কৰা হয় ৷ বাজপেয়ীৰ জন্ম দিৱসটো সমগ্ৰ দেশতে সু-শাসন দিৱস হিচাপে পালন কৰা হয় ৷

মৰাণ আৰু হাইলাকান্দিত প্ৰয়াত বাজপেয়ীৰ জন্ম বাৰ্ষিকী উদযাপন
ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰয়াত বাজপেয়ীৰ জন্ম বাৰ্ষিকী
author img

By

Published : Dec 25, 2020, 10:47 PM IST

হাইলাকান্দি : প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি হাইলাকান্দি জিলাৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত কালাছড়াত পালন কৰা হয় সু-শাসন দিৱস ৷ সভাত কৰ্মীৰ উপস্থিতি অতি কম পৰিলক্ষিত হয় ৷ খালি চকীৰ আগত ভাষণ প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মুৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানে ৷ সভাত উপস্থিত থাকে হাইলাকান্দি জিলাৰ বিজেপিৰ সংখ্যালঘু মুৰ্চাৰ সভাপতি ইকবাল হুছেইন লস্কৰ আৰু দলীয় কৰ্মীবৃন্দ ৷

মৰাণ আৰু হাইলাকান্দিত প্ৰয়াত বাজপেয়ীৰ জন্ম বাৰ্ষিকী উদযাপন
হাইলাকান্দিত সু-শাসন দিৱস

মৰাণ : অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে বৃহস্পতিবাৰৰ পৰা মৰাণত দুদিনীয়াকৈ আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ মৰাণ চাহ বাগিচা খেলপথাৰত (আমগুৰি লাইন) আজি মৰাণ টাউন ক্লাব আৰু হলগুৰী ফুটবল ক্লাৱৰ মাজত চূড়ান্ত খেল অনুষ্ঠিত হয় ৷ ভাৰতীয় জনতা যুৱ-মৰ্চা ডিব্ৰুগড় জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ প্ৰয়াত বাজপেয়ীৰ জন্মদিন উপলক্ষে আয়োজন কৰা ফুটবল প্ৰতিযোগিতাত কেক কাটে অবিচি উন্নয়ন বৰ্ডৰ ডিব্ৰুগড় জিলাৰ অধ্যক্ষ প্ৰশান্ত গগৈ দেৱে ৷ লগতে গগৈয়ে চূড়ান্ত খেলখনো উদ্বোধন কৰে । চূড়ান্ত খেলত মৰাণ টাউন ক্লাবে টাইব্ৰেকাৰৰ জৰিয়তে জয় সাব্যস্ত কৰে ৷ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় উন্নয়ন বৰ্ডৰ অধ্যক্ষ অসীম হাজৰিকা, জিলা যুৱ মৰ্চাৰ সভাপতি জুন্টি গগৈ, সম্পাদক ৰুবুল বৰুৱাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ।

মৰাণত সু-শাসন দিৱস

লগতে পঢ়ক : গুৱাহাটীত স্থাপন হ'ব দেশৰ ভিতৰতে সু-বিশাল চিকিৎসা মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.