ETV Bharat / city

আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী যোগেন মহন - ৰাজ্যত সমাগত বিধানসভাৰ নিৰ্বাচন

ৰাজ্যত সমাগত বিধানসভাৰ নিৰ্বাচন ৷ মন্ত্ৰী-বিধায়ক ব্যস্ত আধাৰশিলা স্থাপন কৰাত ৷ কিদৰে পুনৰ নিৰ্বাচিত হৈ বিধানসভালৈ আহিব পাৰে তাৰ সমীকৰণ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে জন প্ৰতিনিধি সকল ৷

আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী যোগেন মহন

author img

By

Published : Feb 24, 2021, 8:14 AM IST

মৰাণ,24 ফেব্ৰুৱাৰীঃ মৰাণ বঁটামৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চাইকেল আস্থানৰ আধাৰশিলা স্থাপন কৰিলে মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে ।

আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী যোগেন মহন
আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী যোগেন মহন

উল্লেখযোগ্য যে, ২০২০-২১ বৰ্ষৰ সমষ্টি উন্নয়ন পুঁজিৰ ২ লাখ টকাৰে নিৰ্মাণ হ'বলগা মৰাণ বঁটামৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চাইকেল আস্থানৰ আধাৰশিলা অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে । মুঠৰ ওপৰত নিৰ্বাচন চমু চাপি অহাৰ লগে লগে আঁচনি ৰূপায়ণত ব্যস্ত হৈ পৰিছে এতিয়া মন্ত্ৰী-বিধায়কসকল ।

লগতে পঢ়কঃ কণ্টেইনমেণ্ট জ'ন উঠাই ল'লে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.