ETV Bharat / city

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাবে নিযুক্ত

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jul 5, 2022, 5:05 PM IST

সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাবে নিযুক্ত

সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্ত কৰা হৈছে । মঙলবাৰে সাংসদগৰাকীক অৰ্পন কৰা হয় এই দ্বায়িত্ব ৷

Money Laundering: আজম খানৰ পত্নী-পুত্ৰক ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ

সমাজবাদী পাৰ্টিৰ নেতা আজম খানৰ পত্নী আৰু পুত্ৰক ধন ৰপ্তানিৰ গোচৰত সোধা-পোছাৰ বাবে উপস্থিত হ'বলৈ নিৰ্দেশ তদন্তকাৰী সংস্থা প্ৰৱৰ্তন সঞ্চালকালয়ৰ( Enforcement Directorate)।

RSS-BJPs strategy:ৰাজস্থানৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত আৰ এছ এছ-বিজেপিৰ ৰণনীতিৰ বৈঠক

অহা বছৰ ৰাজস্থানত অনুষ্ঠত হ'ব বিধানসভাৰ নিৰ্বাচন । সেই উদ্দেশ্য়ে বৃহস্পতিবাৰে আৰম্ভ হ'ব আৰ এছ এছ-বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণকাৰী কমিটীৰ পৰামৰ্শ-ৰণনীতি বৈঠক (RSS-BJPs ideological fountainhead consultations and strategy meetings in Rajasthan)।

Chardham Yatra 2022: বাবা কেদাৰনাথৰ দৰ্শনৰ নতুন সময়সূচী নিৰ্ধাৰণ

কেদাৰনাথ মন্দিৰ সমিতিয়ে কেদাৰনাথ মন্দিৰৰ মূল দুৱাৰ খোলা আৰু বন্ধ কৰাৰ সময় কিছু সলনি কৰিছে (Darshan timings changed in Kedarnath temple)। বাৰিষা ঋতু আৰু তীৰ্থযাত্ৰীৰ সংখ্যা হ্ৰাস হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । নতুন সময়সূচী অনুসৰি, বৰ্তমান ভক্তই পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ বাবা কেদাৰনাথৰ দৰ্শন কৰিব পাৰিব (Baba Kedar Darshan) ৷

ডিগবৈৰ বগাপানীত লোমহৰ্ষক হত্যাকাণ্ড

ডিগবৈৰ বগাপানীত লোমহৰ্ষক হত্যাকাণ্ড (Sensational murder in Digboi)। দুই ভাতৃৰ মাজৰ সংঘৰ্ষত এজনৰ মৃত্যু । আৰক্ষীৰ জালত হত্যাকাৰী ভাতৃ । ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত বগাপানী চাহ বাগিছাৰ ৩৩ নম্বৰ লাইনত যোৱা নিশা সংঘটিত হৈছে এই ঘটনা । পাৰিবাৰিক কন্দলৰ ফলত ককায়েক লোকাচ ওৰাঙে ইটাৰে মৰিয়াই হত্যা কৰিলে নিজৰে ভাতৃ ইজৰাইল ওৰাক (Murder in Digboi)।

আলফা-চৰকাৰৰ শ‍ান্তি আলোচনা প্ৰক্ৰিয়াত স্থবিৰতা

শেহতীয়াকৈ আলফাৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ পাছতেই প্রস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়াত সদিচ্ছা নোহোৱা হৈ পৰা বুলি মুকলিকৈ ঘোষণা কৰিছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই (Goodwill disappeared in proposed ULFA-Government peace talks) । ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে আলফাত যোগদান কৰাত শিবিৰ চলাবলৈ ধন নথকাৰ বাবে অস্ত্রসহ একাংশ কেডাৰ ম্যানমাৰৰ পাহাৰৰ পৰা নামি আহি ধন সংগ্ৰহৰ চেষ্টা চলোৱাৰ অভিযোগ আৰক্ষীৰ ।

হোজাইত বৃহৎ পৰিমাণৰ চুৰি স্মাৰ্টফোন জব্দ

আৰক্ষীয়ে সিং গাঁৱৰ আটিকুৰ ৰহমানৰ ঘৰত অভিযান চলাই জব্দ কৰে ৬০ টা ম'বাইল (60 stolen mobile seized in Hojai)। পুত্ৰ ইকবাল হুছেইনে মুম্বাইৰ পৰা উদালীৰ সিং গাঁৱৰ নিজ ঘৰলৈ ডাকযোগে পঠাইছিল ম'বাইল কেইটা । আটিকুল ৰহমানৰ পত্নী আৰু বোৱাৰিক সোধা-পোছাৰ বাবে আটক ।

বানত উটি গ'ল পথ, হাৰাশাস্তি কামপুৰবাসীৰ

ৰাজ্যত বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে (Flood situation of Assam)। অৱশ্যে কোনো কোনো জিলাত এতিয়াও বানপানীয়ে ভয়ংকৰ ৰূপ লোৱা দেখা গৈছে । বহু স্থানত নৈ-উপনৈসমূহ এতিয়াও বিপদসীমাৰে বৈ আছে । নগাঁও জিলাত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু লোকে আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে (Flood affects Nagaon)।

কাজিৰঙাত শ্ৰীমদ্ ভাগৱত জ্ঞান মহাযজ্ঞ ও কথা প্ৰৱচন

বিশ্ব শান্তি প্ৰগতি তথা কাজিৰঙাৰ বন্যপ্ৰাণী আৰু বনকৰ্মীৰ মংগল কামনাৰ্থে কাজিৰঙাত আয়োজন কৰা হৈছে শ্ৰীমদ্ ভাগৱত জ্ঞান মহাযজ্ঞ ও কথা প্ৰৱচন ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.