ETV Bharat / city

এণ্ড টিভিৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত বিলাসীপাৰাৰ শিল্পী

author img

By

Published : Mar 16, 2021, 2:54 PM IST

ছয় গৰাকী শিশু-কিশোৰী নৃত্য শিল্পীয়ে ভাল খবৰ কঢ়িয়াই আনিছে বিলাসীপাৰাৰ সাপটগ্ৰামলৈ ৷ বাচনি হোৱা ছয়গৰাকী নৃত্য শিল্পীয়ে ২০ মাৰ্চত উত্তৰ প্ৰদেশৰ দেৰহাদুনলৈ ৰাওনা হ’ব ৷

বিলাসীপাৰাৰ ছয় গৰাকী ছাত্ৰ-ছাত্ৰী বাচনি হৈছে এণ্ড টিভিৰ অডিচনত

ধুবুৰী,16 মাৰ্চঃ ৰাজ্যৰ চৌদিশে ৰাজনীতিৰ গৰম বতাহৰ মাজতে ছয় গৰাকী নৃত্য শিল্পীয়ে ভাল খবৰ কঢ়িয়াই আনিছে বিলাসীপাৰাৰ সাপটগ্ৰামলৈ ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মনোৰঞ্জনধৰ্মী টিভি চেনেল এণ্ড টিভিত সম্প্ৰচাৰ হ’ব লগা টেলেণ্ট ফাইট চিজন-2 লৈ নিৰ্বাচিত হৈছে শিল্পী কেইগৰাকী ৷ শিল্পী কেইগৰাকী সাপটগ্ৰামৰ পলী ডান্স একাডেমীৰ শিক্ষাৰ্থী ৷

একাডেমীখনৰ প্ৰশিক্ষক ৰাজীৱ দাসৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা শিল্পীসকল হৈছে - শংকৰ কৰ্মকাৰ, মম্পা ভৌমিক, মাছুম ৰাজা, এহেম আগৰৱালা, সান দত্ত আৰু দীপাংশু মণ্ডল ৷ বাচনি হোৱা দলটোৱে ২০ মাৰ্চত উত্তৰাখণ্ডৰ ডেৰাডুনলৈ ৰাওনা হ’ব ৷

লগতে পঢ়কঃ 18 মাৰ্চৰ পৰা ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষী জোৱানৰ কৰ্ম বিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.