ধুবুৰী, 24 জুন: ধুবুৰীত অব্যাহত আছে ড্ৰাগছ জাতীয় ঔষধৰ বেহা । এক গোপন তথ্যৰ ভিত্তিত দেওবাৰে নিশা ধুবুৰীৰ ইন্দিৰা গান্ধী পথৰ ৰমজান শেখৰ বাসগৃহত অভিযান চলাই ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত এ এম কোঃ ৰ'ড আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমণি নাথৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ৷ অভিযানত কিছু পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ বিপৰীতে ৰমজান শেখ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ৷ আনহাতে ধুবুৰীৰ ঝগৰাৰপাৰৰ আমবাগান অঞ্চলত অভিযান চলাই সুকুমাৰ দাস নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দলটোৱে ৷ উল্লেখ্য যে, সুকুমাৰ দাসৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত পূৰ্বেও এই সন্দৰ্ভত 1078/19 নম্বৰত এটা গোচৰ ৰুজু হৈ আছে । অৱশেষত দেওবাৰে আৰক্ষীৰ জালত পৰে ড্ৰাগছ ব্যৱসায়ী সুকুমাৰ দাস ৷ ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত ড্ৰাগছ, তীৰ, জুৱা আদি অপৰাধৰ বিৰুদ্ধে অভিযান চলাই থকা পৰিলক্ষিত হৈছে ধুবুৰীৰ বিভিন্ন স্থানত ৷
নিচাজাতীয় ঔষধ সহ দুজনক গ্ৰেপ্তাৰ - ধুবুৰী
অভিযানত কিছু পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ বিপৰীতে ৰমজান শেখ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ৷ আনহাতে ধুবুৰীৰ ঝগৰাৰপাৰৰ আমবাগান অঞ্চলত অভিযান চলাই সুকুমাৰ দাস নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দলটোৱে ৷
ধুবুৰী, 24 জুন: ধুবুৰীত অব্যাহত আছে ড্ৰাগছ জাতীয় ঔষধৰ বেহা । এক গোপন তথ্যৰ ভিত্তিত দেওবাৰে নিশা ধুবুৰীৰ ইন্দিৰা গান্ধী পথৰ ৰমজান শেখৰ বাসগৃহত অভিযান চলাই ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত এ এম কোঃ ৰ'ড আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমণি নাথৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ৷ অভিযানত কিছু পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ বিপৰীতে ৰমজান শেখ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ৷ আনহাতে ধুবুৰীৰ ঝগৰাৰপাৰৰ আমবাগান অঞ্চলত অভিযান চলাই সুকুমাৰ দাস নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দলটোৱে ৷ উল্লেখ্য যে, সুকুমাৰ দাসৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত পূৰ্বেও এই সন্দৰ্ভত 1078/19 নম্বৰত এটা গোচৰ ৰুজু হৈ আছে । অৱশেষত দেওবাৰে আৰক্ষীৰ জালত পৰে ড্ৰাগছ ব্যৱসায়ী সুকুমাৰ দাস ৷ ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত ড্ৰাগছ, তীৰ, জুৱা আদি অপৰাধৰ বিৰুদ্ধে অভিযান চলাই থকা পৰিলক্ষিত হৈছে ধুবুৰীৰ বিভিন্ন স্থানত ৷
Body: ধুবুৰীত অব্যাহত আছে ড্ৰাগছ জাতীয় ঔষধৰ বেহা। ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত এ এম কোঃ ৰোড আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমণি নাথৰ নেতৃত্বত আৰক্ষীৰ দল এটাই গোপন তথ্যৰ ভিত্তিত আজি নিশা ধুবুৰীৰ ইন্দিৰা গান্ধী পথৰ ৰমজান শেখৰ বাসগৃহত অভিযান চলায়। অভিযানত কিছু পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ বিপৰীতে ৰমজান শেখ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে।
ইপিনে ধুবুৰীৰ ঝগৰাৰপাৰৰ আমবাগান অঞ্চলত উপস্থিত অভিযান চলাই সুকুমাৰ দাস নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, সুকুমাৰ দাসৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত পূৰ্বে এই সন্দৰ্ভত ১০৭৮/১৯ নম্বৰত এখন গোচৰ ৰুজু হৈ আছিল। অৱশেষত আজি আৰক্ষীৰ জালত পৰে ড্ৰাগছ ব্যৱসায়ী সুকুমাৰ দাস।
Conclusion: উল্লেখযোগ্য যে, ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত ধুবুৰী জিলাৰ ভিন্ন স্থানত ড্ৰাগছ, তীৰ, জুৱা আদি বিভিন্ন অপৰাধৰ বিৰুদ্ধে অভিযান চলি থকা পৰিলক্ষিত হৈছে।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।