ETV Bharat / city

বিলাসীপাৰাত জব্দ 11টা গৰু

author img

By

Published : Mar 8, 2020, 4:36 PM IST

বিলাসীপাৰাত জব্দ কৰা হয় 11টা গৰু ৷ সাপটগ্ৰাম আৰক্ষীয়ে অভিযান চলাই গৰু চোৰাং ব্যৱসায়ৰ লগত জড়িত দুজন সদস্যকো আটক কৰিবলৈ সক্ষম হয় ৷

bilashipara seized  11 cow
বিলাসীপাৰাত জব্দ 11টা গৰু

ধুবুৰী, 8মাৰ্চ: দেওবাৰে বিলাসীপাৰাত জব্দ কৰা হয় এখন টাটা ছুম' সহ ১১ টা গৰু ৷ বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গৰুকেইটা ৷ অভিযানত বাহনখনৰ চালক ছমেৰ আলী সহ দুই গৰু ব্যৱসায়ী চক্ৰৰ সদস্যক আটক কৰে ৷ ধৃত সদস্য দুজন ইয়াকুব আলী আৰু ৰজৱ আলী বুলি জানিব পৰা গৈছে ৷ আটকাধীন চালকসহ গৰু ব্যৱসায়ী চক্ৰৰ সদস্য দুজনক বৰ্তমান সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে | আৰক্ষীৰ এনে অভিযানক প্ৰশংসা কৰে ৰাইজে ৷

বিলাসীপাৰাত জব্দ 11টা গৰু

উল্লেখ্য যে, বিলাসীপাৰাত ক্ৰমে বৃদ্ধি পাইছে অবৈধ গৰু ব্যৱসায়ী চক্ৰ ৷ গৰু ব্যৱসায়ী চক্ৰই নতুন-নতুন পন্থা অৱলম্বন কৰি অঞ্চলটোত অবৈধ ভাৱে গৰু ব্যৱসায় চলাই অহাৰ অভিযোগ স্থানীয় লোকৰ ৷ যাৰ বাবে অবৈধ গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ৰাখিবলৈ দাবী জনাই অঞ্চলবাসীয়ে ৷

অধিক খবৰৰ বাবে: বিহাৰত পাঁচজন ছাত্ৰৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.