ETV Bharat / business

দেওবাৰেও খোলা থাকিব বেংক! - 31 march

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই নিৰ্দেশনা ৷ এই নিৰ্দেশনা জাৰি কৰিছে কেৱল মাত্ৰ 31 ডিচেম্বৰৰ বাবেহে ৷

দেওবাৰেও খোলা থাকিব বেংক!
author img

By

Published : Mar 28, 2019, 4:37 PM IST

নিউজ ডেস্ক, 28 মাৰ্চঃ দেওবাৰ, সাধাৰণতে বেংক বা আন চৰকাৰী বিত্তীয় প্ৰতিস্থান বন্ধ থাকে উক্ত বাৰত ৷ কিন্ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা অহা এক নিৰ্দেশনা অনুযায়ী দেওবাৰে বেংকত অব্যাহত ৰাখিব লাগিব চৰকাৰী লেনদেনৰ কাম কাজ ৷ অৱশ্যে এই নিৰ্দেশনা জাৰি কৰিছে কেৱল মাত্ৰ 31 ডিচেম্বৰৰ দেওবাৰৰ বাবেহে ৷ কিয়নো 31 ডিচেম্বৰ হৈছে বিত্তীয় বৰ্ষৰ অন্তিমটো দিন ৷ সেয়ে চলিত বিত্তীয় বৰ্ষত অসম্পূৰ্ণ হৈ ৰোৱা চৰকাৰী লেন-দেন সমূহ 31 মাৰ্চৰ ভিতৰত পূৰ্ণ কৰিবলৈ দেওবাৰে অৰ্থাৎ বন্ধৰ দিনাও এই লেনদেনৰ লগত জৰিত চৰকাৰী বেংক সমূহত কাম কাজ অব্যাহত ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে ভাৰতৰ কেন্দ্ৰীয় বেংকটোৱে ৷

নিউজ ডেস্ক, 28 মাৰ্চঃ দেওবাৰ, সাধাৰণতে বেংক বা আন চৰকাৰী বিত্তীয় প্ৰতিস্থান বন্ধ থাকে উক্ত বাৰত৷ কিন্ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা অহা এক নিৰ্দেশনা অনুযায়ী দেওবাৰে বেংকত অব্যাহত ৰাখিব লাগিব চৰকাৰী লেনদেনৰ কাম কাজ৷ অৱশ্যে এই নিৰ্দেশনা জাৰি কৰিছে কেৱল মাত্ৰ 31 ডিচেম্বৰৰ দেওবাৰৰ বাবেহে৷ কিয়নো 31 ডিচেম্বৰ হৈছে বিত্তীয় বৰ্ষৰ অন্তিমটো দেওবাৰ৷ সেয়ে চলিত বিত্তীয় বৰ্ষত অসম্পূৰ্ণ হৈ ৰোৱা চৰকাৰী লেন-দেন সমূহ 31 মাৰ্চৰ ভিতৰত পূৰ্ণ কৰিবলৈ দেওবাৰে অৰ্থাৎ বন্ধৰ দিনাও এই লেনদেনৰ লগত জৰিত  চৰকাৰী বেংক সমূহত কাম কাজ অব্যাহত ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে ভাৰতৰ কেন্দ্ৰীয় বেংকটোৱে৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.