ETV Bharat / business

ছেনচেক্স 222 পইণ্ট উন্নীত,নিফটি সমাপ্ত 9,000 পইণ্টত

author img

By

Published : Apr 16, 2020, 6:08 PM IST

সমগ্ৰ দিনটো 784 পইণ্টত ডুলি থকাৰ পাচত 30 টা শ্বেয়াৰত 222.80 পইণ্ট অৰ্থাৎ 0.73 শতাংশ উন্নীত হৈ 30,602.61 পইন্টত ছেনচেক্স সমাপ্ত হয় । আনহাতে নিফটি 67.50 পইণ্টৰ উত্থানেৰে 8,992.80 পইণ্টত সমাপ্ত হয় ।

চেনছেক্স 222 পইণ্ট উন্নীত, নিফটি সমাপ্ত 9,000 পইণ্টত

নিউজ ডেস্ক,16 এপ্ৰিলঃ বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰী সকললৈ কিছু আশাৰ সঞ্চাৰ হয় । বজাৰ সমাপ্তিলৈ 222 পইণ্ট উন্নীত হয় ছেনচেক্স । 30 টা শ্বেয়াৰত 222.80 পইণ্ট অৰ্থাৎ 0.73 শতাংশ উন্নীত হৈ 30,602.61 পইন্টত ছেনচেক্স সমাপ্ত হয় ।

একেদৰে আজিৰ দিনটোত উন্নীত হয় নিফটিয়ো । নিফটিত 67.50 শতাংশ বৃদ্ধি পাই । 0.76 শতাংশ উন্নতিৰে নিফটি সমাপ্ত হয় 8,992.80 পইণ্টত ।

6 শতাংশ উন্নতিৰে NTPC ৰ সৰ্বাধিক উন্নীত হয় চেনছেক্সত । তাৰ পিচতে লাভথ থাকে ICICI বেংক, টাইটান, এচ বি আই ইত্যাদি প্ৰতিস্থান ।

কৰ'ণা ভাইৰাছৰ প্ৰভাৱত সমগ্ৰ গোলকীয় বজাৰ বিগত কেবাদিনো ধৰি অস্থিৰ হৈ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.