ETV Bharat / business

৩১ জুলাইৰ পূৰ্বে LEI কোড উলিয়াই ল'বলৈ আহ্বান আইআৰডিএআইৰ

ইঞ্চুৰেন্স ৰেগুলেটৰি এণ্ড ডেভেলপমেন্ট অৰ্থৰিটি অৱ ইণ্ডিয়াই বীমাদাতাসকলক ৫০ কোটিতকৈ অধিক ধন বিনিয়োগ কৰিব বিচৰা কৰ্পৰেট ঋণদাতাসকলক ৩১ জুলাইৰ পূৰ্বে LEI কোড উলিয়াই ল'বলৈ আহ্বান জনায় । LEI কোডৰ অবিহনে ঋণদাতাসকলে ঋণৰ নবীকৰণ তথা ম্যাদ বৃদ্ধি কৰিব নোৱাৰিব ।

No corporate loan sanctions, renewals without LEI code: IRDAI

author img

By

Published : Jun 7, 2020, 9:36 PM IST

চেন্নাই, ৭ জুন : ইঞ্চুৰেন্স ৰেগুলেটৰি এণ্ড ডেভেলপমেন্ট অৰ্থৰিটি অৱ ইণ্ডিয়াই আইনী সত্তা চিনাক্তকাৰী ইণ্ডিয়াই লিমিটেডৰ LEI কোড লাভ নকৰালৈকে ঋণৰ নবীকৰণ তথা ম্যাদ বৃদ্ধি নকৰাবলৈ বীমাদাতাসকলক আহ্বান জনাইছে । এক বিজ্ঞপ্তিত ইঞ্চুৰেন্স ৰেগুলেটৰি এণ্ড ডেভেলপমেন্ট অৰ্থৰিটি অৱ ইণ্ডিয়াৰ কর্তৃপক্ষই বীমা কোম্পানী আৰু ইয়াৰ দ্বাৰা নিয়ন্ত্রিত অন্যান্যসকলক ২০২০ চনৰ ৩১ জুলাইৰ পূৰ্বে LEI কোড উলিয়াই ল'বলৈ আহ্বান জনাইছে ।

ইঞ্চুৰেন্স ৰেগুলেটৰি এণ্ড ডেভেলপমেন্ট অৰ্থৰিটি অৱ ইণ্ডিয়াই বীমাদাতাসকলক ৫০ কোটিতকৈ অধিক ধন বিনিয়োগ কৰিব বিচৰা কৰ্পৰেট ঋণদাতাসকলক ৩১ জুলাইৰ পূৰ্বে LEI কোড উলিয়াই ল'বলৈ আহ্বান জনায় । LEI কোডৰ অবিহনে ঋণদাতাসকলে ঋণৰ নবীকৰণ তথা ম্যাদ বৃদ্ধি কৰিব নোৱাৰিব ।

চেন্নাই, ৭ জুন : ইঞ্চুৰেন্স ৰেগুলেটৰি এণ্ড ডেভেলপমেন্ট অৰ্থৰিটি অৱ ইণ্ডিয়াই আইনী সত্তা চিনাক্তকাৰী ইণ্ডিয়াই লিমিটেডৰ LEI কোড লাভ নকৰালৈকে ঋণৰ নবীকৰণ তথা ম্যাদ বৃদ্ধি নকৰাবলৈ বীমাদাতাসকলক আহ্বান জনাইছে । এক বিজ্ঞপ্তিত ইঞ্চুৰেন্স ৰেগুলেটৰি এণ্ড ডেভেলপমেন্ট অৰ্থৰিটি অৱ ইণ্ডিয়াৰ কর্তৃপক্ষই বীমা কোম্পানী আৰু ইয়াৰ দ্বাৰা নিয়ন্ত্রিত অন্যান্যসকলক ২০২০ চনৰ ৩১ জুলাইৰ পূৰ্বে LEI কোড উলিয়াই ল'বলৈ আহ্বান জনাইছে ।

ইঞ্চুৰেন্স ৰেগুলেটৰি এণ্ড ডেভেলপমেন্ট অৰ্থৰিটি অৱ ইণ্ডিয়াই বীমাদাতাসকলক ৫০ কোটিতকৈ অধিক ধন বিনিয়োগ কৰিব বিচৰা কৰ্পৰেট ঋণদাতাসকলক ৩১ জুলাইৰ পূৰ্বে LEI কোড উলিয়াই ল'বলৈ আহ্বান জনায় । LEI কোডৰ অবিহনে ঋণদাতাসকলে ঋণৰ নবীকৰণ তথা ম্যাদ বৃদ্ধি কৰিব নোৱাৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.