ETV Bharat / business

সোণৰ অলংকাৰত বাধ্য়তামূল হ'ব 'হল্ডমাৰ্ক'

author img

By

Published : Nov 30, 2019, 6:57 PM IST

চৰকাৰৰ এই সিদ্ধান্তক আদৰণি গহনা নিৰ্মাতা প্ৰতিস্থান সমূহৰ ৷ 2021 চনৰ 15 জনুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব চৰকাৰৰ এই সিন্ধান্ত ৷

Jewellery industry welcomes mandatory hallmarking from January 2021
সোণৰ অলংকাৰত বাধ্য়তামূল হ'ব 'হল্ডমাৰ্ক'

নিউজ ডেস্কঃ 'হল্ডমাৰ্ক' চিহ্ন বাধ্যতামূলক হ'ব সকলো ধৰণৰ সোণৰ আ-অলংকাৰৰ ক্ষেত্ৰত ৷ 2021 চনৰ 15 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হ'ব চৰকাৰৰ এই সিদ্ধান্ত ৷ ভাৰত চৰকাৰৰ উপভোক্তা পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৰাম বিলাস পাচোৱানে সদৰী কৰে চৰকাৰৰ এই সিদ্ধান্তৰ কথা ৷ সোণৰ বিশুদ্ধতা ৰক্ষাৰ কৰাৰ স্বাৰ্থত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

ভাৰত চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক আদৰণি জনাইছে আ-অলংকাৰ নিৰ্মাণ কৰা প্ৰতিস্থান সমূহে ৷ বিশ্ব সোণ পৰিষদ, ভাৰত-ৰ পৰিচালক সঞ্চালক সোমাসুন্দৰম পি আৰে এক বিবৃতিযোগে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায় ৷ তেওঁ বিবৃতিটোত কয় যে,চৰকাৰৰ এই সিদ্ধান্তই ভাৰতত সোণৰ ব্যৱসায়ৰ এক সুকীয়া মৰ্যদা প্ৰদান কৰিব আৰু ভাৰতত সোণৰ আ-অলংকাৰ অধিক বিশ্বাসযোগ্য হৈ পৰিব ৷

আগন্তক বৰ্ষৰ 15 জানুৱাৰীত এই সম্পৰ্কে চৰকাৰে অধিসূচনা জাৰি কৰিব ৷ অধিসূচনা জাৰি কৰাৰ এবছৰ পিছত অৰ্থাৎ 2021 চনৰ 15 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত ৷ উল্লেখ্য যে, 'হল্ডমাৰ্ক' হৈছে সোণৰ বিশুদ্ধতা নিৰূপণ কৰাৰ বাবে থকা এক চিহ্ন ৷ 2000 চনৰ পৰাই বিশুদ্ধ সোণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈ আহিছে এই চিহ্ন ৷ বৰ্তমান ভাৰতৰ 40 শতাংশ সোণৰ অলংকাৰৰ ক্ষেত্ৰত ব্যৱহাৰ হৈ আহিছে এই 'হল্ডমাৰ্ক' ৷

লগতে পঢ়কঃ অসম বিদেশীৰ ডাষ্টবিন নহয়ঃ গুৱাহাটী বিশ্ববিদ্যালয়

Intro:Body:

সোণৰ অলংকাৰত বাধ্য়তামূল হ'ব 'হল্ডমাৰ্ক'

চৰকাৰৰ এই সিদ্ধান্তক  আদৰণি গহনা নিৰ্মাতা প্ৰতিস্থান সমূহৰ ৷ 2021 চনৰ 15 জনুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব চৰকাৰৰ এই সিন্ধান্ত ৷

নিউজ ডেস্কঃ 'হল্ডমাৰ্ক' চিহ্ন বাধ্যতামূলক হ'ব সকলো ধৰণৰ সোণৰ আ- অলংকাৰৰ ক্ষেত্ৰত ৷ 2021 চনৰ 15 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হ'ব চৰকাৰৰ এই সিদ্ধান্ত ৷ ভাৰত চৰকাৰৰ উপভোক্তা পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৰাম বিলাস পাচোৱানে সদৰা কৰে চৰকাৰৰ এই সিদ্ধান্তৰ কথা ৷ সোণৰ বিশুদ্ধতা ৰক্ষাৰ কৰাৰ স্বাৰ্থত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

ভাৰত চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক আদৰণি জনাইছে আ-অলংকাৰ নিৰ্মাণ কৰা প্ৰতিস্থান সমূহে ৷ বিশ্ব সোণ পৰিষদ, ভাৰতৰ পৰিচালক সঞ্চালক সোমাসুন্দৰম পি আৰে এক বিবৃতিযোগে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায় ৷ তেওঁ বিবৃতিটোত কয় যে, চৰকাৰৰ এই সিদ্ধান্তই ভাৰতত সোণৰ ব্যৱসায়ৰ এক সুকীয়া মৰ্যদা প্ৰদান কৰিব  আৰু ভাৰতত সোণৰ আ- অলংকাৰ অধিক বিশ্বাসযোগ্য হৈ পৰিব ৷

আগন্তক বৰ্ষৰ 15 জানুৱাৰীত এই সম্পৰ্কে চৰকাৰে অধিসূচনা জাৰি কৰিব ৷ অধিসূচনা জাৰি কৰাৰ এবছৰ পিছত অৰ্থাৎ 2021 চনৰ 15 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত ৷ উল্লেখ্য যে, 'হল্ডমাৰ্ক' হৈছে সোণৰ বিশুদ্ধতা নিৰূপণ কৰাৰ বাবে থকা এক চিহ্ন ৷ 2000 চনৰ পৰাই বিশুদ্ধ সোণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈ আহিছে এই চিহ্ন ৷ বৰ্তমান ভাৰতৰ 40 শতাংশ সোণৰ অলংকাৰৰ ক্ষেত্ৰত ব্যৱহাৰ হৈ আহিছে এই 'হল্ডমাৰ্ক' ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.