ETV Bharat / business

আৰ্থিক সংকটৰ বাবে চৰকাৰী কৰ কমাৰ সম্ভাৱনা ক্ষীণ

author img

By

Published : Oct 31, 2019, 12:29 AM IST

চৰকাৰৰ অৰ্থব্যৱস্থাৰ মন্দাৱস্থাৰ সময়ত কম কৰ আদায়ৰ কাৰণে আৰ্থিক ঘাটিৰ বাবে চৰকাৰে ধনীক শ্ৰেণীৰ ব্যক্তিগত কৰ বৃদ্ধি কৰাৰ সম্ভাৱনা নাই  ৷ সূত্ৰ অনুসৰি এই খবৰ পোৱা গৈছে ৷

আৰ্থিক সংকটৰ বাবে চৰকাৰী কৰ কমাৰ সম্ভাৱনা ক্ষীণ

নিউজ ডেস্ক, 30 অক্টোবৰঃ চৰকাৰৰ অৰ্থব্যৱস্থাৰ মন্দাৱস্থাৰ সময়ত কম কৰ আদায়ৰ কাৰণে আৰ্থিক ঘাটিৰ বাবে চৰকাৰে ধনীক শ্ৰেণীৰ ব্যক্তিগত কৰ বৃদ্ধি কৰাৰ সম্ভাৱনা নাই ৷ সূত্ৰ অনুসৰি এই খবৰ পোৱা গৈছে ৷ বিশেষকৈ বিত্ত মন্ত্ৰালয়ৰ দ্বাৰা কৰ্পৰেট কৰৰ দৰ 10% হ্ৰাসৰ পিছত চাহিদা বঢ়াবৰ বাবে চৰকাৰৰ ওপৰত ব্যক্তিগত কৰৰ দৰ কমোৱাৰ বাবে হেঁচা বৃদ্ধি হৈছে ৷

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি বহুকেইটা কাৰণৰ বাবে ব্যক্তিগত কৰৰ দৰ হ্ৰাস কৰাটো বৰ্তমান সময়ত কঠিন ৷ কিয়নো অৰ্থব্যৱস্থাৰ মন্দাৱস্থাৰ কাৰণে কৰ জমা আৰু আদায় যথেষ্ট নিম্নগামী হৈছে ৷ চৰকাৰে বিগত বিত্তীয় বৰ্ষত নিজৰ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ লক্ষ্যত উপনীত হ’বলৈ অসমৰ্থ হৈছিল বাবে চলিত বিত্তীয় বৰ্ষৰ বাবে 13.80 লাখ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰাৰ লক্ষ্য আগত ৰাখিছে ৷

আৰু পঢ়কঃ ছৌদি আৰৱত বাণিজ্যিক সম্পৰ্ক বৃদ্ধিৰ বাবে সাজু ভাৰত

আয়ুষ্মান ভাৰত, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ ৰোজগাৰ গ্যাৰান্টি অধিনিয়ম (মনৰেগা) আৰু প্ৰধানমন্ত্ৰী কিষাণ আৰু প্ৰধানমন্ত্ৰী আৱাস আঁচনিৰ দৰে সামাজিক সুৰক্ষা যোজনাৰ বাজেট বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে অধিক ৰাজহ সংগ্ৰহ কৰাৰ আৱশ্যক ৷ কিয়নো এইসমূহ যোজনাৰ বাবে এনেকুৱা সময়ত ধনৰ আৱশ্যকতা হয় যি সময়ত দ্ৰব্য আৰু সেৱা কৰ (GST)ৰ নিম্নগামী আদায়ৰ কাৰণে প্ৰথমৰে পৰাই পৰোক্ষ কৰ সংগ্ৰহত যথেষ্ট হেঁচা থাকে ৷

বিগত মাহত কৰ্পৰেট কৰ হ্ৰাস কৰাৰ কাৰণ এক বৃহৎ পৰিমাণৰ ধন অৰ্থাৎ 1.45 লাখ কোটি টকাৰ ৰাজহ নিহিত হৈ আছে ৷ যোৱা 28 বছৰে চৰকাৰে কৰ্পৰেট কৰৰ দৰ প্ৰায় 10% হ্ৰাস কৰিছে, কিয়নো চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ভাগতে অৰ্থব্যৱস্থাৰ ছয় বছৰৰ নিম্ন বিকাশৰ দৰ 5% ৰ ওপৰত যোৱাৰ উপক্ৰম ঘটিছে ৷ আকৌ সূত্ৰই পৰা গম পোৱা গৈছে যে য’ত 5 লাখ টকালৈকে কৰ মুক্ত কৰা হৈছিল সেইসকল চৰকাৰৰ কৰদাতাক ইতিমধ্যেই যথেষ্ট সুত প্ৰদান কৰা হৈছে ৷ আৰু লগতে কৈছে যে চৰকাৰে লাহে লাহে সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত ব্যয় বৃদ্ধি কৰি আছে আৰু কম আয়ৰ লোকৰ ওপৰত বোজা হ্ৰাস কৰাৰ প্ৰয়াস কৰি আছে ৷ 2019-20ত চৰকাৰে 2 কোটি টকাতকৈ অধিক কৰযোগ্য ব্যক্তিৰ ওপৰত অতিৰিক্ত দৰ বৃদ্ধি কৰিছে ৷ ইয়ে 2 কোটি টকা পৰা 5 কোটিৰ আয়ৰ ব্যক্তিৰ বাবে উচ্চসীমাৰ দৰ 39% বৃদ্ধি কৰাৰ লগতে 5 কোটি টকাৰ ওপৰৰ আয়ৰ লোকৰ বাবে নতুন উচ্চতম সীমাৰ দৰ 42.74% লৈ বৃদ্ধি কৰিছে ৷ কৰ্পৰেট কৰৰ দৰ হ্ৰাসৰ লগে লগে ব্যক্তিগত কৰৰ দৰ তীব্ৰতৰ হৈছে ৷ প্ৰত্যক্ষ কৰৰ পেনেলেও তেওঁলোকৰ ব্যক্তিগত প্ৰতিবেদনত আয়কৰৰ পদ্ধতিৰ সৰলীকৰণৰ দৃষ্টিভংগীক সন্মতি প্ৰদান কৰিছে ৷ ভাৰতবৰ্ষৰ সৰ্বমুঠ কৰৰ ৰাজহত প্ৰত্যক্ষ কৰৰ অংশ 2009-10 বৰ্ষত 61% লৈ গৈছিল আৰু বিগত বৰ্ষত প্ৰায় 55%ত সীমাবদ্ধ আছিল ৷ নামমাত্ৰ GDP ৰ শতাংশৰ হিচাপত কৰৰ ৰাজহ প্ৰায় 11% যাৰ ভিতৰত প্ৰত্যক্ষ কৰৰ অংশৰ যোৱা তিনি-চাৰিটা বৰ্ষৰ সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ 5.5-6% হৈছে ৷ ব্যক্তিগত কৰৰ সংগ্ৰহ যোৱা বছৰত 4.7 লাখ কোটি টকা বা GDP ৰ 2.5% আছিল ৷ ব্যক্তিগত আয়কৰৰ বাবে চলিত বৰ্ষৰ বাবে লক্ষ্য 2018-19 বৰ্ষতকৈ 10% বৃদ্ধিৰ বিপৰীতে স্বভাৱগতভাৱে 23% লৈ বৃদ্ধি হোৱা দেখা গৈছে ৷

Intro:Body:

3

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.