ETV Bharat / business

আইফোনৰ বাবে জিমেইল, ড্ৰাইভ আৰু ফিট উইজেট...

আইফোন 12 ৰ সৈতে গুগলে কেতবোৰ সহায়ক উইজেট উলিয়াইছে iOS ব্যৱহাৰকাৰীলৈ ৷ কিছু দিনৰ ভিতৰত গুগলে জিমেইল, ড্ৰাইভ আৰু ফিট অন্তৰ্ভূক্ত কৰিব ৷

গুগল
জিমেইল, ড্ৰাইভ আৰু ফিট উইজেট
author img

By

Published : Nov 20, 2020, 2:23 PM IST

জিমেইল; নতুন জিমেইল উইজেটত তৎক্ষণাতে আপুনি ইনবক্স বিচাৰিব (inbox search) পাৰিব ৷ সেয়াই নহয়, আপুনি নতুন মেছেজো আৰম্ভ কৰিব পাৰিব ৷ ইয়াৰোপৰি, নপঢ়াকৈ ৰখা মেছেজবোৰো (unread message) চাব পাৰিব ৷

গুগল
জিমেইল, ড্ৰাইভ আৰু ফিট উইজেট

গুগল ড্ৰাইভ; নতুন ড্ৰাইভ উইজেটৰ জৰিয়তে অতি প্ৰয়োজনীয় ফাইলো খুলিব পাৰিব ৷ সেয়াই নহয়, হোম স্ক্ৰীণৰ জৰিয়তে যিকোনো ফাইল আপুনি বিচাৰিব (search) পাৰিব ৷

গুগল
জিমেইল, ড্ৰাইভ আৰু ফিট উইজেট

গুগল ফিট; শৰীৰ চৰ্চাবিদসকলৰ বাবে এই নতুন ফিট উইজেটে হাৰ্ট পইন্টৰ (heart Points) সংখ্যা চোৱাত সহায় কৰিব ৷

গুগল
জিমেইল, ড্ৰাইভ আৰু ফিট উইজেট
গুগল
জিমেইল, ড্ৰাইভ আৰু ফিট উইজেট

গুগুলে আৰু দুই উইজেটৰ আৰম্ভণি কৰাৰ কথা চিন্তা কৰি আছে ৷ সেয়া হৈছে কেলেণ্ডাৰ উইজেট আৰু আইফোনৰ বাবে ক্ৰমৰ (Chrome) জৰিয়তে অহা সপ্তাহত বজাৰলৈ আহিবলগা এক প্ৰডাক্ট :

কেলেণ্ডাৰ উইজেট; হোম স্ক্ৰীণত অন্তৰ্ভূক্ত কৰি ৰখা দিনবোৰ চাব পাৰিব ৷

ক্ৰমৰ বাবে নতুন উইজেট; নতুন টেব খোলা অথবা ভইচ চাৰ্ছ আৰু QR কোড অপেনিং খৰতকীয়া হ'ব ৷ সৰু উইজেটত কিছু চমৎকাৰ থাকিব ৷

লগতে পঢ়ক : বিগত বৰ্ষৰ তুলনাত হিমাচলত আপেলৰ উৎপাদন 30% হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.