ETV Bharat / business

তৃতীয়বাৰৰ চৰকাৰে ৰিজাৰ্ভ বেংকক অন্তৱৰ্তী লাভাংশৰ দাবী কৰাৰ পূৰ্ণ সম্ভাৱনা - আন্তঃৰাষ্ট্ৰীয় মূদ্ৰা কোষ

বিত্ত মন্ত্ৰালয়ে ৰিজাৰ্ভ বেংকক অন্তৱৰ্তী লাভাংশৰ দাবী কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ তৃতীয়বাৰৰ বাবে 2019-20 বৰ্ষত 3.3% বিত্তীয় লোকচানৰ অনুসন্ধান কৰাৰ সম্ভাৱনা আছে ৷

Finance Ministry may push for Rs 30,000 cr interim dividend from RBI
তৃতীয়বাৰৰ চৰকাৰে ৰিজাৰ্ভ বেংকক অন্তৱৰ্তী লাভাংশৰ দাবী কৰাৰ পূৰ্ণ সম্ভাৱনা
author img

By

Published : Jan 22, 2020, 8:02 AM IST

নেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃ বিত্ত মন্ত্ৰালয়ে ৰিজাৰ্ভ বেংকৰ পৰা 25,000-30,000 কোটি টকাৰ লাভাংশৰ বাবে তৃতীয়বাৰৰ বাবে 2019-20 বৰ্ষত 3.3% বিত্তীয় লোকচানৰ অনুসন্ধান কৰাৰ সম্ভাৱনা আছে ৷ কেন্দ্ৰীয় বেংক আৰু চৰকাৰ এই সম্পৰ্কত বিচাৰ কৰাৰ সম্ভাৱনা আছে ৷ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ সৈতে বাজেট সম্পৰ্কীয় বৈঠকৰ পিচতেই সাক্ষাৎ কৰিব ৷ সূত্ৰৰ পৰা গম পোৱা গৈছে যে যদি ৰিজাৰ্ভ বেংক ব'ৰ্ডে আহ্বান কৰে তেন্তে তৃতীয়বাৰৰ বাবে চৰকাৰক লাভাংশ প্ৰদান কৰা হ’ব ৷ ৰিজাৰ্ভ বেংকে জুন-জুলাই বিত্তীয় বৰ্ষ অনুসৰি সাধাৰণতে আগষ্টত লাভাংশৰ বিতাড়িত কৰে ৷ আনহাতে যদি বৰ্ষটোৰ শেষলৈ অৱশিষ্ট লাভাংশ থাকি যায় তেন্তে সেইখিনি চৰকাৰক প্ৰদান কৰা হয় ৷

আনহাতে অন্তিম লাভাংশৰ দাবী সাধাৰণ নহয় ৷ ৰিজাৰ্ভ বেংকে আৰ্থিক পুঁজিসমূহ বিমল জালানৰ নেতৃত্বৰে গঠিত সমিতিৰ আহ্বানত আগষ্টতে কৰা এই দাবীক অসাধাৰণ পৰিস্থিতিত এই লাভাংশ প্ৰদান কৰা হ’ব ৷ সোমবাৰে আন্তঃৰাষ্ট্ৰীয় মূদ্ৰা কোষে বিশ্বৰ দৃষ্টিকোণক ট্ৰিম কৰাৰ উপৰিও ভাৰতৰ FY20ৰ বিকাশৰ আনুমানিক 4.8% ঘাটি হোৱা বুলি উল্লেখ কৰে ৷ লগতে কয় যে ভাৰতৰ লেহেম গতিত চলি থকা অৰ্থ ব্যৱস্থাই বিশ্ব অৰ্থনীতিক তললৈ নমাই আছে ৷

সূত্ৰই প্ৰকাশ কৰে যে বিত্ত মন্ত্ৰালয়ে ৰিজাৰ্ভ বেংকক অন্তৱৰ্তী লাভাংশৰ দাবী কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ কিয়নো নিবেশ আৰু মন্দাৱস্থাৰ বাবে ৰাজহ সংগ্ৰহত চৰকাৰে লাভ কৰা অসুবিধাক যাতে পূৰণ কৰিব পাৰে ৷

আৰু পঢ়কঃৰোহিংগীয়াৰ বিপক্ষে যুদ্ধ অপৰাধ প্ৰতিবন্ধকতা নহয়ঃ ম্যানমাৰ সেনা

Intro:Body:

Government has a Budget estimate of Rs 90,000 crore dividend from RBI in FY20. RBI follows a fiscal of July-June. The interim dividend of the RBI's total dividend for 2019-20 (July-June) can help the government check 3.3 per cent fiscal deficit target slippage.

New Delhi: The Finance Ministry is likely to push for Rs 25,000-30,000 crore interim dividend from RBI, for the third time in a row, to check slippages in the fiscal deficit of 3.3 per cent in 2019-20.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.