ETV Bharat / business

২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে চিবিডিটিৰ আই টি ৰিটাৰ্ন ফৰ্মৰ সংশোধন - I-T returns forms for 2019-20

কেন্দ্ৰীয় প্ৰত্যক্ষ আয়কৰ ব'ৰ্ডে ২০২০-২০২১ বিত্তীয় বৰ্ষৰ বাবে Sahaj (ITR-1), ফৰ্ম ITR-2, ফৰ্ম ITR-3, ফৰ্ম Sugam (ITR-4), ফৰ্ম ITR-5, ফৰ্ম ITR-6, ফৰ্ম ITR-7 আৰু ফৰ্ম ITR-Vৰ অধিসূচনা জাৰি কৰে ।

চিবিডিটিৰ আই টি ৰিটৰ্ন ফৰ্ম
চিবিডিটিৰ আই টি ৰিটৰ্ন ফৰ্ম
author img

By

Published : May 31, 2020, 8:55 PM IST

নেশ্যনেল ডেস্ক, ৩১ মে': কেন্দ্ৰীয় আয়কৰ বিভাগে ২০২০-২১ৰ বিত্তীয় বৰ্ষৰ বাবে পুনৰ আয়কৰ দাখিলৰ হেতু অধিসূচনা জাৰি কৰে । কেন্দ্ৰীয় প্ৰত্যক্ষ আয়কৰ ব'ৰ্ড (CBDT)য়ে ২০২০-২০২১ বিত্তীয় বৰ্ষৰ বাবে Sahaj (ITR-1), ফৰ্ম ITR-2, ফৰ্ম ITR-3, ফৰ্ম Sugam (ITR-4), ফৰ্ম ITR-5, ফৰ্ম ITR-6, ফৰ্ম ITR-7 আৰু ফৰ্ম ITR-Vৰ অধিসূচনা জাৰি কৰে ।

ইয়াৰোপৰি আয়কৰ বিভাগে বিত্তীয় বৰ্ষ ২০১৯-২০ৰ বাবে আই-টি ৰিটাৰ্ন ফৰ্মৰ সংশোধন কৰে । কিয়নো কোভিড-১৯ৰ প্ৰকোপৰ পিছত চৰকাৰে প্ৰদান কৰা সময়সীমা সালসলনিৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব পাৰে । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে Income Tax Act, 1961ৰ অধীনত Taxation and Other Laws (Relaxation of Certain Provisions) Ordinance, 2020ৰ জৰিয়তে বিভিন্ন সময়সীমা বঢ়াই দিয়ে ।

সেই অনুযায়ী আই-টি আইনৰ VIA-B অধ্যায়ৰ জৰিয়তে কৰ বিনিয়োগ কৰাৰ সময় য'ত বিত্তীয় বৰ্ষ ২০১৯-২০ৰ বাবে ৮০C (LIC, PPF, NSC ইত্যাদি), ৮০D (Mediclaim) আৰু ৮০G (Donations) অন্তৰ্ভুক্ত হৈ আছে আৰু ইয়াক আগন্তুক ৩০ জুনলৈ বঢ়াই দিয়া হয় । চি.ই.অ. অৰ্চিত গুপ্তাই এই কথা জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.