ETV Bharat / business

ৰেডমিয়ে মুকলি কৰিলে কম মূল্যৰ মবাইল

ৰেডমিৰ বাবে এন্ড্ৰয়ড গ' ছিৰিজৰ এইটোৱে হ'ব প্ৰথমটো স্মাৰ্ট ফন

ৰেডমিয়ে মুকলি কৰিলে কম মূল্যৰ মবাইল
author img

By

Published : Mar 20, 2019, 4:45 PM IST

নিউজ ডেস্ক, 20 মাৰ্চঃ ভাৰতৰ স্মাৰ্ট ফনৰ বজাৰৰ বৃহৎ অংশ দখলকাৰী প্ৰতিষ্ঠান ছাঅ'মিয়ে মুকলি কৰে সহজ মূল্যৰ এটি স্মাৰ্ট ফন৷ 4,499 টকাত উপলব্ধ হ'ব লগীয়া উক্ত ফনটো মঙলবাৰে ভাৰতত মুকলি কৰা হয় ৷ উল্লেখ্য যে, ৰেডমিৰ বাবে এন্ড্ৰয়ড গ' ছিৰিজৰ এইটোৱে হ'ব প্ৰথমটো স্মাৰ্ট ফন৷

ৰেডমি গ' নামৰ এই নতুন ফনটোত সংযোজিত আছে 1 জিবি ৰেম, 8 জিবি মেমৰি৷ স্নেপড্ৰেগন 425 প্ৰচেছৰযুক্ত ফনটোত থাকিব লগীয়া বৈশিষ্ট সমূহ হ'ল- 5 ইঞ্চিৰ সম্পূৰ্ণ এইচ ডি স্ক্ৰীণ, 8 মেগাপিক্সেল ৰিয়েৰ আৰু 5 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা, 3000 এম এইচ বেটাৰী ইত্যাদি ৷ উক্ত ফনটোত থাকিব এন্ডইড 8.1 অৰিঅ' অপাৰেটিং চিষ্টেম।

ৰেডমিৰ বাবে এন্ড্ৰয়ড গ' ছিৰিজৰ এইটোৱে হ'ব প্ৰথমটো স্মাৰ্ট ফন৷ 4,499 টকাত উপলব্ধ হ'ব এইটো ফোন। মঙলবাৰে ভাৰতত মুকলি কৰা হয় ৰেডমি গ' নামৰ ফনটো ৷

নিউজ ডেস্ক, 20 মাৰ্চঃ ভাৰতৰ স্মাৰ্ট ফনৰ বজাৰৰ  বৃহৎ অংশ দখলকাৰী প্ৰতিষ্ঠান ছাঅ'মিয়ে মুকলি কৰে সহজ মূল্যৰ এটি স্মাৰ্ট ফন৷ 4,499 টকাত উপলব্ধ হ'ব লগীয়া উক্ত ফনটো মঙলবাৰে ভাৰতত মুকলি কৰা হয় ৷ উল্লেখ্য যে, ৰেডমিৰ বাবে এন্ড্ৰয়ড গ' ছিৰিজৰ এইটোৱে হ'ব প্ৰথমটো স্মাৰ্ট ফন৷

ৰেডমি গ' নামৰ এই নতুন ফনটোত সংযোজিত আছে 1 জিবি ৰেম, 8 জিবি মেমৰি৷ স্নেপড্ৰেগন 425 প্ৰচেছৰযুক্ত ফনটোত থাকিব লগীয়া বৈশিষ্ট সমূহ হ'ল- 5 ইঞ্চিৰ সম্পূৰ্ণ এইচ ডি স্ক্ৰীণ, 8 মেগাপিক্সেল ৰিয়েৰ আৰু 5 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা, 3000 এম এইচ বেটাৰী ইত্যাদি ৷ উক্ত ফনটোত থাকিব এন্ডইড 8.1 অৰিঅ' অপাৰেটিং চিষ্টেম।

For All Latest Updates

TAGGED:

REDMI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.