ETV Bharat / business

ক্ষীপ্ৰ গতিত আগবাঢ়িছে অসম পেট্ৰ’কেমিকেল লিমিটেডৰ নতুন প্ৰকল্পৰ কাম

দেওবাৰে অসম পেট্ৰ’কেমিকেল লিমিটেডৰ নিৰ্মীয়মান 500 টন দৈনিক উৎপাদনক্ষম মিথানল প্ৰকল্পৰ পৰিদৰ্শন উদ্যোগটোৰ উপাধ্যক্ষ বিকুল ডেকাৰ ৷ নিৰ্মাণ হৈ থকা উদ্যোগটোৰ কামৰ বুজ লয় উপাধ্যক্ষগৰাকীয়ে ৷

ক্ষীপ্ৰতৰ গতিত আগবাঢ়িছে অসম পেট্ৰ’কেমিকেল লিমিটেডৰ নতুন প্ৰকল্পৰ কাম
ক্ষীপ্ৰতৰ গতিত আগবাঢ়িছে অসম পেট্ৰ’কেমিকেল লিমিটেডৰ নতুন প্ৰকল্পৰ কাম
author img

By

Published : Feb 10, 2020, 3:07 AM IST

Updated : Feb 10, 2020, 2:09 PM IST

নাহৰকটীয়া, 10 ফেব্ৰুৱাৰীঃ অসমৰ পেট্ৰ'কেমিকেল ক্ষেত্ৰত নতুন সংযোজনেৰে অসম পেট্ৰ’কেমিকেল লিমিটেডৰ নিৰ্মীয়মান 500 টন দৈনিক উৎপাদনক্ষম মিথানল প্ৰকল্পটোৰ দেওবাৰে কামৰ পৰিদৰ্শন কৰে উদ্যোগটোৰ উপাধ্যক্ষ বিকুল ডেকাই ৷ উক্ত পৰিদৰ্শনৰ সময়ত ডেকাৰ লগত উপস্থিত থাকে কোম্পানীটোৰ পৰিচালন সঞ্চালক ৰাতুল বৰদলৈ ৷ নিৰ্মীয়মান গোটটো 2021 চনৰ জুন মাহত মেকানিকেল আৰু চিভিল বিভাগৰ কামসমূহ সমাপ্ত হ’ব আৰু ইয়াৰ পাছতেই উৎপাদনৰ কাম আৰম্ভ হ’ব ৷

500 টন দৈনিক উৎপাদনক্ষম মিথানল প্ৰকল্প পৰিদৰ্শন

ইপিনে উদ্যোগটোৰ পৰিচালক সঞ্চালক ৰাতুল বৰদলৈয়ে কয়, এই উদ্যোগটো বৰ্তমান 100 টন উৎপাদনক্ষম গোটৰ তুলনাত নতুন 500 টন উৎপাদনক্ষম উদ্যোগটোৱে নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰতো প্ৰভাৱ বিস্তাৰ কৰিব ৷ অসম পেট্ৰ’কেমিকেল লিমিটেডে মিথানলৰ উপৰিও মিথালক ৰন্ধন গেছ হিচাপে ব্যৱহাৰযোগ্য ইন্ধনৰ এক পাইলট প্ৰজেক্টটো ৰূপায়ন কৰি আছে ৷ যাৰ বাবে এই প্ৰজেক্টৰ বাবে 3500 গৰাকী যুৱক-যুৱতীক ডিলাৰশ্বীপৰ বাবে নিয়োগৰ ব্যৱস্থা কৰা হ’ব ৷

Intro:অসম পেট্ৰকেমিকেল লিমিটেডৰ নতুন প্ৰকল্পৰ অগ্ৰগতিঃ উপাধ্যক্ষৰ প্ৰকল্প পৰিদৰ্শনঃ

অসম চৰকাৰৰ অন্যতম লাভজনক উদ্যোগ অসম পেট্ৰকেমিকেল লিমিটেডৰ় নিৰ্মীয়মাণ ৫০০ টন দৈনিক উৎপাদনক্ষম মিথানল প্ৰকল্পটো আজি উদ্যোগটোৰ উপাধ্যক্ষ বিকুল ডেকাই পৰিদৰ্শন কৰি নিৰ্মানৰ কাম বুজ লয় ৷ উক্ত পৰিদৰ্শনৰ সময়ত ডেকাক কোম্পানীটোৰ পৰিচালন সঞ্চালক ৰাতুল বৰদলৈয়ে সংগ দিয়ে ৷ উপাধ্যক্ষ ডেকাই কয় যে নিৰ্মীয়মাণ গোটটো ২০২১ চনৰ জুন মাহত মেকানিকেল আৰু চিভিল বিভাগৰ কামসমূহ সমাপ্ত হ’ব আৰু ইয়াৰ পাছতেই উৎপাদনৰ কাম আৰম্ভ হ’ব ৷ উদ্যোগটোৰ পৰিচালক সঞ্চালক ৰাতুল বৰদলৈয়ে কয় যে এই উদ্যোগটো বৰ্তমান ১০০ টন উৎপাদনক্ষম গোটৰ তুলনাত নতুন ৫০০ টন উৎপাদনক্ষম উদ্যোগটোৱে নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰতো প্ৰভাৱ বিস্তাৰ কৰিব ৷ তেওঁ উল্লেখ কৰে যে অসম পেট্ৰকেমিকেল লিমিটেডে মিথানলৰ উপৰিও মিথালক ৰন্ধন গেছ হিচাপে ব্যৱহাৰ যোগ্য ইন্ধনৰ এক পাইলট প্ৰজেক্ট ৰূপায়ন কৰি আছে আৰু এই প্ৰজেক্টৰ বাবে ৩৫০০ জন যুৱক যুৱতীক ডিলাৰশ্বীপৰ বাবে নিয়োগৰ ব্যৱস্থা কৰা হব ৷

Byte: ৰাতুল বৰদলৈ,পৰিচালন সঞ্চালক অসম পেট্ৰ কেমিকেল৷

----- নাহৰকটীয়াৰ পৰা মিনহাজ আহমেদৰ প্ৰতিবেদনBody:DOConclusion:DO
Last Updated : Feb 10, 2020, 2:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.