ETV Bharat / briefs

শোণিতপুৰত লাডেনৰ সন্ত্ৰাস

এইবাৰ শোণিতপুৰত লাডেন নামৰ এটা বনৰীয়া হাতীৰ তাণ্ডৱ ৷ ৰঙাপৰাত দীৰ্ঘদিন ধৰি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই থকাৰ পাচতো বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।

শোণিতপুৰত লাডেনৰ সন্ত্ৰাস
author img

By

Published : May 21, 2019, 3:43 PM IST

ৰঙাপৰা,২১মে' : শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতী 'লাডেন'ৰ সন্ত্ৰাস । সোমবাৰে নিশা লাডেন নামৰ বনৰীয়া হাতীটোৱে ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰ কদমতলী শ্ৰমিক লাইনত অৱস্থিত ২২ নং প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনি গৃহৰ পকীবেৰ ভাঙি পেলায় । বনৰীয়া হাতীটোৱে ৰান্ধনি গৃহত থকা মধ্যাহ্ন ভোজনৰ চাউলকে ধৰি দাইল আৰু শাক-পাচলিও ভক্ষন কৰে । ইপিনে, ৰঙাপৰাত দীৰ্ঘদিন ধৰি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই থকাৰ পাচতো বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।

Intro:ৰঙাপৰাৰ ধেন্দাইত বনৰীয়া হাতী 'লাডেন'ৰ সন্ত্ৰাসঃ ভাঙিলে প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী গৃহঃ মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হল ছাত্ৰ-ছাত্ৰী।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা বনৰীয়া হাতীয়ে ভাঙিলে এখন শিক্ষানুষ্ঠানৰ ৰান্ধনী গৃহ। উল্লেখ্য যে কালি নিশা প্ৰায় ৩ মান বজাত ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰ কদমতলী শ্ৰমিক লাইত অৱস্থিত ২২ প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী গৃহটিৰ পকীবেৰ 'লাডেন' নামেৰে খ্যাত বনৰীয়া হাতীটোয়ে ভাঙি পেলাই। পাছত বনৰীয়া হাতীটোয়ে ৰান্ধনী গৃহত থকা মধ্যাহ্ন ভোজনৰ চাউলকে ধৰি ডালি আৰু শাক-পাছলি ভক্ষণ কৰে। যাৰ পৰিপ্ৰেক্ষিতত আজি বিদ্যালয়খনত অধ্যয়ন কৰি থকা ৯০ গৰাকী ছাত্ৰ-ছাত্ৰী মধ্যাহ্ন ভোজনৰ বঞ্চিত হবলগীয়া হয়। ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত থকাৰ পিছতো বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.