ETV Bharat / briefs

উৎকট গৰমৰ বাবে ৰাজস্থানত কৰ্মৰত অৱস্থাত মৃত্যু অসমৰ এছ এছ বি জোৱানৰ - অনন্ত বৰুৱা

উৎকট গৰমৰ বাবে মৃত্যুক সাৱটি লয় ৰাজস্থানত কৰ্মৰত অসমৰ এজন জোৱানে। মৃত জোৱানজন লখিমপুৰৰ আজাদস্থিত ৰংপুৰীয়া গাঁৱৰ নিবাসী অনন্ত বৰুৱা বুলি জানিব পৰা গৈছে।

উৎকট গৰমৰ বাবে ৰাজস্থানত কৰ্মৰত অৱস্থাত মৃত্যু অসমৰ এছএছবি জোৱানৰ
author img

By

Published : Jun 14, 2019, 10:33 PM IST

লখিমপুৰ,14 জুন: উৎকট গৰমৰ বাবে মৃত্যুক সাৱটি লয় ৰাজস্থানত কৰ্মৰত অসমৰ এজন জোৱানে। মৃত জোৱানজন লখিমপুৰৰ আজাদস্থিত ৰংপুৰীয়া গাঁৱৰ নিবাসী অনন্ত বৰুৱা বুলি জানিব পৰা গৈছে। ৰাজস্থানৰ আলৱাৰত কৰ্মৰত আছিল এছ এছ বি জোৱানজন।

উৎকট গৰমৰ বাবে ৰাজস্থানত কৰ্মৰত অৱস্থাত মৃত্যু অসমৰ এছএছবি জোৱানৰ

২০০২ চনত চাকৰিত যোগদান কৰিছিল পুৰন্দৰ বৰুৱাৰ কনিষ্ঠ পুত্ৰ অনন্ত বৰুৱাই। ১২ জুনত উৎকট গৰমৰ বাবে কৰ্তব্যৰত অৱস্থাত হঠাৎ মৃত্যু হয় এছ এছ বিৰ ৩১ বেটেলিয়নৰ জোৱানজনৰ। আজি নিজগৃহত লখিমপুৰ আৰক্ষী-প্ৰশাসন আৰু চি আৰ পি এফৰ উপস্থিতিত জোৱানজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

#BREAKING
উৎকট গৰমৰ বাবে ৰাজস্থানত কৰ্মৰত অৱস্থাত মৃত্যু অসমৰ SSB জোৱানৰ ৷
ৰাজস্থানৰ আলৱাৰত কৰ্মৰত আছিল অনন্ত বৰুৱা ৷মৃত জোৱানজনৰ ঘৰ লখিমপুৰৰ আজাদৰ ৰংপুৰীয়া গাঁৱত ৷
২০০২ চনত চাকৰিত যোগদান কৰিছিল পুৰন্দৰ বৰুৱাৰ কনিষ্ঠ পুত্ৰ অনন্ত বৰুৱাই ৷ ১২ জুনত কৰ্তব্যৰত অৱস্থাত হঠাৎ মৃত্যু হয় SSB ৰ ৩১ বেটেলিয়নৰ জোৱানজনৰ ৷আজি নিজগৃহলৈ অনা হয় বৰুৱাৰ মৃতদেহ। লখিমপুৰ আৰক্ষী-প্ৰশাসন, CRPF ৰ উপস্থিতিত জোৱান জনৰ অন্তুষ্টিক্ৰিয়া সম্পন্ন কৰা হয়  ৷
জোৱানজনৰ মৃত্যুত লখিমপুৰত শোকৰ ছাঁ ৷

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.