ETV Bharat / briefs

শিৱসাগৰৰ মহিলাই কোনোপধ্যে স্থাপন হ'বলৈ নিদিয়ে দেশীয় সুৰাৰ পাইকাৰী গুডাম

বৃহস্পতিবাৰে আবকাৰী বিভাগে শিৱসাগৰ নামতি খনিকৰত দেশীয় সুৰাৰ পাইকাৰী গুডাম স্থাপন কৰাৰ শুনানি দিয়াৰ পাছতেই অঞ্চলটোৰ মহিলাসকল উত্তেজিত হৈ পৰে, স্থানীয় মহিলাসকলে দেশীয় সুৰাৰ পাইকাৰী গুডাম স্থাপনৰ বিৰোধীতা কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

author img

By

Published : Jun 6, 2019, 6:51 PM IST

শিৱসাগৰত প্ৰতিবাদ মহিলাৰ

আমগুৰি,৬জুন : বৃহস্পতিবাৰে শিৱসাগৰ নামতি খনিকৰত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । বৃহত্তৰ জনবসতিপূৰ্ণ এলেকাত দেশীয় সুৰাৰ পাইকাৰী গুডাম স্থাপন সন্দৰ্ভত স্থানীয় মহিলাসকলে আবকাৰী বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰী মহিলাসকলে অঞ্চলটোত দেশীয় সুৰাৰ পাইকাৰী গুডাম কোনো কাৰণতে স্থাপন কৰিবলৈ দিয়া নহ'ব বুলি দাবী উত্থাপন কৰে ।

শিৱসাগৰত প্ৰতিবাদ মহিলাৰ

আবকাৰী বিভাগে অঞ্চলটোৰ গাঁওবুঢ়া আৰু জিলা প্ৰশাসনৰ মাজত ৰাজহুৱাভাৱে প্ৰকাশ কৰা এই শুনানিৰ পাছতেই অঞ্চলটোত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ । ইফালে, এই শুনানিত সাংবাদিকৰ প্ৰৱেশতো বাধা দিয়াত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ।

Intro:Body:আমগুৰি ৬ জুন:

শিৱসাগৰ নামতি খনিকৰত উত্তেজনা

জনবসতিপূৰ্ণ এলেকাত দেশীয় সুৰাৰ পাইকাৰী গুডাম স্থাপন সন্দৰ্ভত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ

স্থানীয় মহিলাসকলে আবকাৰী বিভাগৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠে

আবকাৰী বিভাগ,জিলা প্ৰশাসন আৰু স্থানীয় অভিযোগকাৰী মহিলা, দেশীয় সুৰাৰ পাইকাৰী অনুজ্ঞাপত্ৰধাৰী, গাঁওবুঢ়াৰ মাজত ৰাজহুৱা শুনানিৰ পিছতে সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ

আবকাৰী বিভাগ দেশীয় সুৰা পাইকাৰী অনুজ্ঞাপত্ৰধাৰী পক্ষত থকাৰ অভিযোগ কৰি শুনানিত অংশগ্ৰহণ কৰা মহিলাসকল ক্ষোভিত হৈ উঠে।

ক্ষোভিত মহিলাসকলে অঞ্চলটোত দেশীয় সুৰাৰ পাইকাৰী গুডাম কোনো কাৰণতে স্থাপন কৰিবলৈ দিয়া নহ'ব বুলি প্ৰকাশ কৰে।

আনহাতে প্ৰশাসনে শুনানিত সাংবাদিকক প্ৰৱেশত বাধা দিয়াত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.