ETV Bharat / briefs

কংগ্ৰেছত কিয় যোগদান কৰিছিল শত্ৰুঘ্ন সিনহাই !

author img

By

Published : Apr 27, 2019, 1:25 PM IST

কংগ্ৰেছ নেতা শত্ৰুঘ্ন সিনহাই মধ্যপ্ৰদেশৰ ছিন্দদ্বাৰাত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মহাত্মা গান্ধী,জৱহৰলাল নেহৰুৰ লগতে চৰদাৰ পেটেলক প্ৰশংসা কৰে

মধ্যপ্ৰদেশত নিৰ্বাচনী সভা

নিউজ ডেস্ক,২৭ এপ্ৰিল: কংগ্ৰেছত মহাত্মা গান্ধী, জৱহৰলাল নেহৰু,মহম্মদ আলী জিন্নাৰ লগতে চৰদাৰ পেটেলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । যাৰ বাবে মই কংগ্ৰেছত যোগদান কৰিছো । শনিবাৰে কংগ্ৰেছ নেতা শত্ৰুঘ্ন সিনহাই মধ্যপ্ৰদেশৰ ছিন্দদ্বাৰাত এখন নিৰ্বাচনী সভাত এইদৰে ভাষণ প্ৰদান কৰে । দেশৰ স্বাধীনতা আৰু দেশৰ বিকাশ তথা উন্নতিৰ বাবে এইসকল ব্যক্তিয়ে জীৱন দান কৰিছিলে । যাৰ অনুপ্ৰেৰণাতে মই কংগ্ৰেছত যোগদান কৰিলো ।

উল্লেখযোগ্য যে, কংগ্ৰেছ নেতাগৰাকীয়ে মধ্যপ্ৰদেশৰ ছিন্দাদ্বাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে আৰু সভাত জাতিৰ পিতা মহাত্মা গান্ধীৰ উপৰিও জৱহৰলাল নেহৰক প্ৰশংসা কৰে ।

SHATRUGHAN SINHA-ELECTION MEETING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.