ETV Bharat / briefs

'বাধাই হো'ৰ পৰিচালকৰ মতে 'টিউবলাইট' এখন অভাৰৰেটেড ছবি - এক থা টাইগাৰ

'বজৰংগী ভাইজান' আৰু 'এক থা টাইগাৰ'ৰ পাছত কবিৰ খানৰ পৰিচলনাত নিৰ্মিত তৃতীয়খন ছবি আছিল 'টিউবলাইট'। ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজত হোৱা যুদ্ধৰ পটভূমিৰ ওপৰত ভিত্তি কৰি আৰু ২০১৫ বৰ্ষত মুক্তি লাভ কৰা ছবি 'লিটিল বয়'ৰ পৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা হৈছিল 'টিউবলাইট' ছবিখন।

Tubelight
Salman Khan's Tubelight overrated film, says Badhai Ho director Amit Sharma
author img

By

Published : Jul 1, 2020, 5:05 PM IST

নিউজ ডেস্ক, ১ জুলাই : চলমান খান অভিনীত ছবি 'টিউবলাইট'ক অভাৰৰেটেড ছবি বুলি উল্লেখ কৰে 'বাধাই হো' ছবিৰ পৰিচালক অমিত শৰ্মাই । শেহতীয়াকৈ তেখেতে চোৱা এখন অভাৰৰেটেড ছবিৰ নাম শোধাত 'টিউবলাইট' ছবিৰ নাম উল্লেখ কৰে পৰিচালকগৰাকীয়ে। লগতে, তেখেতে 'টিউবলাইট' ছবিখনৰ পৰিচালনা আৰু অধিক উন্নত হোৱাৰ স্থান আছিল বুলিও উল্লেখ কৰে।

উল্লেখ্য যে, 'বজৰংগী ভাইজান' আৰু 'এক থা টাইগাৰ'ৰ পাছত কবিৰ খানৰ পৰিচালনাত নিৰ্মিত তৃতীয়খন ছবি আছিল 'টিউবলাইট'। ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজত হোৱা যুদ্ধৰ পটভূমিৰ ওপৰত ভিত্তি কৰি আৰু ২০১৫ বৰ্ষত মুক্তি লাভ কৰা ছবি 'লিটিল বয়'ৰ পৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা হৈছিল 'টিউবলাইট' ছবিখন।

Tubelight
'টিউবলাইট' এখন অভাৰৰেটেড ছবিঃ পৰিচালক অমিত শৰ্মা

'Zee Cafe'ৰ এটা অনুষ্ঠানত পৰিচালক অমিত শৰ্মাক 'বাধাই হো' ছবিৰ অভিনেতা আয়ুস্মান খুড়ানা সন্দৰ্ভত শোধা প্ৰশ্নত তেখেতে অভিনেতাগৰাকীৰ বুদ্ধিমান আৰু অনুভূতিশীল বুলি উল্লেখ কৰে। তদুপৰি, ছবিখনৰ কাহিনী অতি সুন্দৰ আছিল বুলি পৰিচালকগৰাকীয়ে প্ৰকাশ কৰে।

পৰিচালক অমিত শৰ্মাৰ সৈতে হোৱা সাক্ষাত্কাৰ অনুষ্ঠানত তেখেতক 'বাধাই হো' ছবিৰ সফলতাৰ আৰৰ কাহিনী কি বুলি সোধা প্ৰশ্নত তেখেতে কয় যে, "মই প্ৰথমে বিজ্ঞাপনৰ কাম কৰিছিলো, যাৰ বাবে ছবি এখন পৰিচালনা কৰাৰ ক্ষেত্ৰতো নতুন নতুন ধাৰণা লগাই কাম কৰো। সেয়ে মই নভৱাকৈয়ে ছবিখনে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।"

সাক্ষাৎকাৰ অনুস্থানটোত প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি পৰিচালকগৰাকীয়ে 'মৈদান' নামে এখন ছবিৰ কাম আছে । ছবিখন প্ৰাক্তন খেলুৱৈ চৈয়দ আব্দুল ৰহিমৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মান কৰা হৈছে।

লগতে পঢ়ক : চ'প'ৰে সন্ত্ৰাসবাদী আক্ৰমনস্থলীৰ পৰা এটি ৩ বছৰীয়া শিশু উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.