- শুকুৰবাৰে নগাঁৱৰ উৰীয়াগাঁৱত পথ দুৰ্ঘটনা
- নম্বৰ প্লেটবিহীন পালচৰ বাইকে খুন্দিয়াই এখন চাৰিচকীয়া বাহনক
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন যুৱক
- আহত যুৱকজনৰ নাম ৰূপহীহাটৰ লটানি চাপৰিৰ জিয়াবুৰ ৰহমান
- যুৱকজনক নগাঁও অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰা হয়
- যুৱকজনৰ পৰা উদ্ধাৰ হয় চাৰিজাই সজীৱ গুলীৰ লগতে নাইন এম এম পিষ্টল
- ঘটনা সন্দৰ্ভত যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে
- আঘাতপ্ৰাপ্ত যুৱকজন ডকাইতি কাৰ্যৰ লগত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ
যুৱকৰ পৰা উদ্ধাৰ সজীৱ গুলীৰ লগতে নাইন এম এম পিষ্টল - জিয়াবুৰ ৰহমান
নগাঁৱৰ উৰীয়াগাঁৱত সংঘটিত হয় পথ দুৰ্ঘটনা, দুৰ্ঘটনাত আহত হোৱা এজন যুৱকৰ পৰা উদ্ধাৰ কৰা হয় সজীৱ গুলীৰ লগতে নাইন এম এম পিষ্টল
শুকুৰবাৰে নগাঁৱৰ উৰীয়াগাঁৱত পথ দুৰ্ঘটনা
- শুকুৰবাৰে নগাঁৱৰ উৰীয়াগাঁৱত পথ দুৰ্ঘটনা
- নম্বৰ প্লেটবিহীন পালচৰ বাইকে খুন্দিয়াই এখন চাৰিচকীয়া বাহনক
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন যুৱক
- আহত যুৱকজনৰ নাম ৰূপহীহাটৰ লটানি চাপৰিৰ জিয়াবুৰ ৰহমান
- যুৱকজনক নগাঁও অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰা হয়
- যুৱকজনৰ পৰা উদ্ধাৰ হয় চাৰিজাই সজীৱ গুলীৰ লগতে নাইন এম এম পিষ্টল
- ঘটনা সন্দৰ্ভত যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে
- আঘাতপ্ৰাপ্ত যুৱকজন ডকাইতি কাৰ্যৰ লগত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ
Intro:দুৰ্ঘটনাত আহত যুৱকৰ পৰা উদ্ধাৰ সজীৱ গুলীসহ নাইন এম এম পিষ্টল।
Body:নগাঁৱৰ উৰীয়াগাঁৱত শুক্ৰবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত আহত এজন যুৱকৰ পৰা সজীৱ গুলীসহ উদ্বাৰ হয় এটা 9 এম এম পিষ্টল। বিয়লি উৰীয়াগাঁও বাইপাছত সংঘটিত হয় পথ দুৰ্ঘটনা। নম্বৰ প্লেটবিহীন এখন পালচাৰ বাইকত অহা এজন যুৱকে এখন চাৰিচকীয়া বাহনত খুন্দিওয়াৰ ফলত সংঘটিত হয় দুর্ঘটনাটো। দুৰ্ঘটনাত গুৰুতভাৱে আহত হোৱা ৰূপহীহাটৰ লটানি চাপৰিৰ জিয়াবুৰ ৰহমান নামৰ যুৱকজনৰ পৰা উদ্বাৰ হয় চাৰিজাই সজীৱ গুলীৰ লগতে নাইন এম এম পিষ্টল। পিছত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। আৰক্ষীৰ জিম্মাত চিকিৎসাধীন জিয়াবুৰ ডকাইতিৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
bite, public
------------------------------------------
Conclusion: