ETV Bharat / briefs

পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস

দেওবাৰে প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৫ পইচা হ্ৰাস হোৱাৰ বিপৰীতে ডিজেলত ৬পইচা হ্ৰাস পাই

author img

By

Published : May 5, 2019, 1:06 PM IST

পেট্ৰলত ৫ পইচা হ্ৰাস হোৱাৰ বিপৰিতে ডিজেলত ৬পইচা হ্ৰাস

গুৱাহাটী,৫মে' : দেওবাৰে পুনৰ হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য । পেট্ৰলত ৫ পইচা হ্ৰাস হোৱাৰ বিপৰীতে ডিজেলত ৬পইচা হ্ৰাস পাই । অৰ্থাৎ দেওবাৰৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৭২টকা ৬৩পইচা আৰু ডিজেলৰ মূল্য ৬৭ টকা ১২ পইচা হয় ।

পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস

গুৱাহাটী,৫মে' : দেওবাৰে পুনৰ হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য । পেট্ৰলত ৫ পইচা হ্ৰাস হোৱাৰ বিপৰীতে ডিজেলত ৬পইচা হ্ৰাস পাই । অৰ্থাৎ দেওবাৰৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৭২টকা ৬৩পইচা আৰু ডিজেলৰ মূল্য ৬৭ টকা ১২ পইচা হয় ।

পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস
Intro:আজি হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য।

















Body:আজি পুনৰ হ্ৰাস পালে পেট্ৰল ডিজেলৰ মূল্য । পেট্ৰল ০৫ পইচা ডিজেলৰ ০৬ পইছাকৈ হ্ৰাস পালে। আজি গুৱাহাটীৰ মহানগৰীত পেট্ৰল ৭২.৬৩ (72.63) টকা আৰু ডিজেলৰ মূল্য ৬৭.১২ (67.12)।

Byte 1


Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.