পাঠশালা,১৫মে': আজি ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছাৰ ফলাফল। এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান দখল কৰে পাঠশালা কালিঘাটৰ নিবাসী হীৰকজ্যোতি চৌধুৰীয়ে। হীৰকজ্যোতি পাঠশালা শিক্ষাপীঠ হাইস্কুলৰ ছাত্ৰ আছিল। ছাত্ৰজনৰ এই সাফল্যই এতিয়া আনন্দিত কৰি তুলিছে পাঠশালাবাসীক। ভৱিষ্যতে হীৰকজ্যোতিয়ে এজন প্ৰশাসনিক বিষয়া হ'ব বিচাৰে।
নৱম স্থানত পাঠশালাৰ হীৰকজ্যোতি চৌধুৰী - প্ৰশাসনীক বিষয়া
আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছাৰ ফলাফলত পাঠশালাৰ নিবাসী হীৰকজ্যোতি চৌধুৰীয়ে নৱম স্থান দখল কৰে, হীৰকজ্যোতিয়ে ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হ'ব বিচাৰে
নৱম স্থানত পাঠশালাৰ হীৰকজ্যোতি চৌধুৰী
পাঠশালা,১৫মে': আজি ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছাৰ ফলাফল। এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান দখল কৰে পাঠশালা কালিঘাটৰ নিবাসী হীৰকজ্যোতি চৌধুৰীয়ে। হীৰকজ্যোতি পাঠশালা শিক্ষাপীঠ হাইস্কুলৰ ছাত্ৰ আছিল। ছাত্ৰজনৰ এই সাফল্যই এতিয়া আনন্দিত কৰি তুলিছে পাঠশালাবাসীক। ভৱিষ্যতে হীৰকজ্যোতিয়ে এজন প্ৰশাসনিক বিষয়া হ'ব বিচাৰে।
Intro:Pathsala Hslc 9 th position
পাঠশালা ত নবম স্হানেৰে গৌৰব অক্ষুন্ন ৰাখিলে হীৰকজ্যোতি এ llBody:Pathsala Hslc 9 th position
পাঠশালা১৫মে: পাঠশালা শিক্ষাপীঠ হাইস্কুলৰ ছাত্ৰ তথা পাঠশালা কালি ঘাট নিবাসী হীৰকজ্যোতি চৌধুৰী এ এইবাৰ নবম স্হান লাভ কৰি পাঠশালা ৰ নাম্ উজ্বলাবলৈ সক্ষম হৈছে l ছাত্ৰ গৰাকী ৰ মনৰ কথা জানিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হৈছিল আমাৰ সাংবাদিক ডিম্পল তালুকদাৰেl ছাত্ৰ গৰাকী এ এই সাফল্যত অতিশয় আনন্দিত হোৱাৰ উপৰি এই সাফল্যৰ বাবে ছাত্ৰ গৰাকী এ এই সাফল্যৰ বাবে পিতৃ মাতৃ অাৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ক কৃতিত্ব প্ৰদান কৰিছে l ভৱিষ্যতে হীৰক জ্যোতি এ পাঠশালা ত বজালী মহাবিদ্যালয় ত নাম্ ভৰ্ত্তি কৰি অধ্যয়ন প্ৰক্ৰিয়া ত আগবাঢ়ি ব বুলি জানিবলৈ দিছে l
Byte - হীৰক জ্যোতি
Conclusion:বাইট-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি