ETV Bharat / briefs

অস্কাৰ এৱাৰ্ডৰ নতুন পৰিকল্পনাৰ ঘোষণা

author img

By

Published : Jun 13, 2020, 1:00 PM IST

Academy of Motion Picture Arts and Sciencesয়ে শুকুৰবাৰে Academy Aperture 2025ৰ মাধ্যমেৰে অস্কাৰ এৱাৰ্ডৰ বাবে প্ৰস্তুত কৰা নতুন পৰিকল্পনাসমূহৰ ঘোষণা কৰে । Producers Guild of America (PGA) and the Academy উদ্যোগত সদস্যসকলৰ সৈতে এক আলোচনাত মিলিত হৈ টাস্ক ফ'ৰ্চৰ বাবে দল গঠন কৰিছে ।

অস্কাৰ এৱাৰ্ডৰ নতুন পৰিকল্পনাৰ ঘোষণা
অস্কাৰ এৱাৰ্ডৰ নতুন পৰিকল্পনাৰ ঘোষণা

চিটাৰা ডেস্ক, ১৩ জুন: আমেৰিকাৰ Academy of Motion Picture Arts and Sciences য়ে শুকুৰবাৰে Academy Aperture 2025ৰ মাধ্যমেৰে অস্কাৰ এৱাৰ্ডৰ বাবে প্ৰস্তুত কৰা নতুন পৰিকল্পনাসমূহৰ ঘোষণা কৰে । সূত্ৰই জনোৱা মতে, নতুন পৰিকল্পনাৰ উদ্দেশ্য হৈছে চলচ্চিত্ৰ জগতৰ বৈচিত্ৰতা বৃদ্ধি কৰা ।

এই সংকল্পৰে Producers Guild of America (PGA) and the Academy উদ্যোগত সদস্যসকলৰ সৈতে এক আলোচনাত মিলিত হৈ টাস্ক ফ'ৰ্চৰ বাবে দল গঠন কৰিছে । টাস্ক ফ'ৰ্চে চলিত বৰ্ষৰ ৩১ জুলাইলৈকে অস্কাৰৰ যোগ্যতাৰ বাবে নতুন উপস্থাপনা আৰু বিকাশৰ কাৰ্যকৰী কৰিব । ‘শ্ৰেষ্ঠ ছবি’ৰ মনোনয়ণৰ সংখ্যাৰ পৰিমাণ হৈছে একাডেমীৰ নতুন এক পৰিৱৰ্তন । ২০২১ চনৰ ছবিসমূহৰ বাবে আগন্তুক ৯৪ সংখ্যক অস্কাৰ এৱাৰ্ডত ‘সৰ্বশ্ৰেষ্ঠ ছবি’ৰ বাবে ১০ টা স্থান নিৰ্ধাৰণ কৰা হৈছে ।

অস্কাৰ এৱাৰ্ডৰ নতুন পৰিকল্পনাৰ ঘোষণা
অস্কাৰ এৱাৰ্ডৰ নতুন পৰিকল্পনাৰ ঘোষণা

একাডেমীয়ে অন্য কিছুমান স্থানৰো পৰিৱৰ্তন অনাৰ যো-জা চলাইছে, য'ত ব'ৰ্ড অৱ গৱৰ্ণৰছৰ স্থান সলনিও অন্তৰ্ভুক্ত হৈ আছে । শেহতীয়া কৰ'ণা ভাইৰাছৰ সংকটৰ বাবে একাডেমীয়ে অস্কাৰ এৱাৰ্ড স্থগিত কৰা নকৰাক লৈ আলোচনা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: স্পষ্ট বাৰ্তা আৰু উন্নত স্বাস্থ্য সেৱাই নিউজিলেণ্ডৰ কোভিড সফলতাৰ ৰহস্যঃ ভাৰতীয় উচ্চায়ুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.