ETV Bharat / briefs

জৰ্জ ফ্ল'য়ডৰ প্ৰতিবাদস্থলীত গুলি চালনা অচিনাক্ত লোকৰ - জৰ্জ ফ্ল'য়ড

অচিনাক্ত লোকজনৰ গুলিত আহত এজন ২৭ বছৰীয়া যুৱক।

Man opens fire at George Floyd rally in Seattle, one injured

author img

By

Published : Jun 8, 2020, 4:47 PM IST

ৱাছিংটন,৮ জুন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনিয়াপোলিছত জৰ্জ ফ্ল'য়ড নামৰ কৃষ্ণাংগ লোকজনৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাষ্ট্ৰখনত অব্যাহত আছে জনতাৰ প্ৰতিবাদে । দেওবাৰে নিশা আমেৰিকাৰ ছিয়াটলত এজন প্ৰতিবাদকাৰীৰ মাজেৰে গাড়ী চলাই নিয়ে । লোকজনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই কাষতে থকা বেৰিকেড খুন্দা মাৰে । প্ৰতিবাদকাৰীসকলে লোকজনক আটক কৰিব বিচাৰে যদিও তেওঁ হাতত থকা পিষ্টলেৰে প্ৰতিবাদী জনতালৈ গুলি চলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

Man opens fire at George Floyd rally in Seattle, one injured
জৰ্জ ফ্ল'য়ডৰ প্ৰতিবাদস্থলীত গুলি চালনা অচিনাক্ত লোকৰ

অচিনাক্ত লোকজনৰ গুলিত এজন ২৭ বছৰীয়া যুৱক আহত হয় । আহত যুৱকজনক লগে লগে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয়। যুৱকজনৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি চিকিৎসালয়খনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

  • BREAKING: A man drives a car into a crowd of protesters in Seattle, before exiting the vehicle with a gun. At least one person was shot, others injured.

    Shooting victim stable; Suspect arrested.pic.twitter.com/ahKFNelVTe

    — Alex Salvi (@alexsalvinews) June 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে,আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনিয়াপোলিছত এখন ৰেষ্টুৰেন্টত ছিকিউৰিটী গাৰ্ড হিচাপে কৰ্মৰত জৰ্জ ফ্ল'য়ডৰ ২৫ মে’ত এজন আৰক্ষী বিষয়াৰ হাতত মৃত্যু হয়। জৰ্জৰ মৃত্যুৰ পাছতেই আৰক্ষীৰ বৰ্বৰতা আৰু বৰ্ণ বৈষম্যতাক লৈ আমেৰিকাৰ লগতে লণ্ডন,গ্ৰীছ,ইটালী,যুক্তৰাষ্ট্ৰ,ডেনমাৰ্ক,জাৰ্মানী,ফ্ৰান্স,নিউজিলেণ্ড, অষ্ট্ৰেলিয়া,কানাডা আদি দেশত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

  • Here’s the moment the suspect drove into a crowd of protesters in Seattle, and then shot a man who tried to pull him out of the car before storming off with a gun:pic.twitter.com/Fz2xMTZRlK

লগতে পঢ়কঃ নীতি-নিৰ্দেশনাৰ মাজেৰে মুকলি কৰা হ'ল শিৱদৌলৰ দোৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.