ETV Bharat / briefs

গুৱাহাটীত শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ বিশাল আয়োজন - হাৰে কৃষ্ণা মুভমেণ্ট

গুৱাহাটীত অহা 4 জুলাইত আয়োজন কৰা হ'ব শ্ৰী শ্ৰী জগন্নাথ যাত্ৰাৰ ৷ গুৱাহাটীৰ হাৰে কৃষ্ণনা মুভমেণ্টৰ উদ্যোগত আয়োজন কৰা হয় এই বিশাল ৰথ যাত্ৰাৰ ৷

গুৱাহাটীত শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ বিশাল আয়োজন
author img

By

Published : Jul 2, 2019, 9:34 AM IST

গুৱাহাটী,2 জুলাই: গুৱাহাটীত অহা 4 জুলাইত আয়োজন কৰা হ'ব শ্ৰী শ্ৰী জগন্নাথ যাত্ৰাৰ ৷ গুৱাহাটীৰ হৰে কৃষ্ণা মুভমেণ্টৰ উদ্যোগত আয়োজন কৰা হয় এই বিশাল ৰথ যাত্ৰাৰ ৷ কামৰূপ জিলাৰ দদৰা দলিবাৰী হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰি পচৰিয়া কুশল কোঁৱৰ হাইস্কুল খেলপথাৰত সামৰণি পৰিব এই ৰথ যাত্ৰা ৷

গুৱাহাটীত শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ বিশাল আয়োজন

১৫ ফুট উচ্চতাৰ ডাঙৰ এখন ৰথ থাকিব এই ৰথ যাত্ৰাত ৷ ৰথৰ দুয়োফালে 200 ফুট উচ্চতাৰ এডাল ৰছীৰ এফালে পুৰুষ আৰু আনফালে মহিলা থাকিব৷ এই ৰথ যাত্ৰাত ৫০০০ হাজাৰৰ পৰা ২৫০০০ হাজাৰ লোকে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সকলে ৷

Intro:Slug : dadara Jagannath rath yatra press meet.

👉 হাৰে কৃষ্ণনা মবেমেণ্ট গুৱাহাটীৰ পৰা অহা ৪ জুলাইত শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা আয়োজন।

👉 কামৰূপ জিলাৰ দদৰা দলিবাৰী হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰি পচৰিয়া কুশল কোঁৱৰ হাইস্কুল খেলপথাৰত সামৰণি পৰিব এই ৰথ যাত্রা ।

👉 জগন্নাথ মন্দিৰৰ লগত সংগতি ৰাখি কামৰূপৰ দদৰাতএই ৰথ যাত্রা।

👉১৫ ফুট উচ্চতাৰ ডাঙৰ এখন ৰথ থাকিব এই ৰথ যাত্রাত ।

👉আৰু ইয়াৰ দুই ফালে থাকিব ২০০ ফুট দীঘল ৰছী এফালে মহিলা আনফালে পুৰুষ।
👉 এই ৰথ যাত্ৰাত ৫০০০হাজাৰ পৰা ২৫০০০ হাজাৰ লোকে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সকলে।Body:।Conclusion:।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.