নলবাৰী,১২মে' : দেওবাৰে নলবাৰী জিলাৰ নাট্য মন্দিৰত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয় আন্তৰ্জাতিক নাৰ্ছ দিৱস । স্কুল অৱ নাৰ্ছিং নলবাৰীৰ উদ্যোগত পালন কৰা এই আন্তৰ্জাতিক নাৰ্ছ দিৱসত উপস্থিত থাকে নলবাৰী জিলা উপাযুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী,বিধায়ক অশোক শৰ্মা,স্কুল অৱ নাৰ্ছিঙৰ অধ্যক্ষ গীতা দত্তৰ লগতে বসন্ত ভট্টাচাৰ্য আৰু জিলা যুটীয়া স্বাস্থ্য সঞ্চালক চিত্তৰঞ্জন পাঠক । স্বাস্থ্য সেৱাৰ লগত সদায় ব্ৰতী হৈ থকা নাৰ্ছ সকলৰ বাবে পালন কৰা এই আন্তৰ্জাতিক নাৰ্ছ দিৱসত স্কুল অৱ নাৰ্ছিঙৰো বহু নাৰ্ছেও অংশ্ৰগ্ৰহণ কৰে ।
নলবাৰীত আন্তৰ্জাতিক নাৰ্ছ দিৱস - স্কুল অৱ নাৰ্ছিঙৰ অধ্যক্ষ গীতা দত্ত
নলবাৰী জিলাৰ নাট্য মন্দিৰত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয় আন্তৰ্জাতিক নাৰ্ছ দিৱস, স্কুল অৱ নাৰ্ছিং নলবাৰীৰ উদ্যোগত পালন কৰা এই আন্তৰ্জাতিক নাৰ্ছ দিৱসত অংশগ্ৰহণ কৰে বহু বিশিষ্ট ব্যক্তিয়ে