ETV Bharat / briefs

কিডনী ৰোগীসকললৈ সুখবৰঃ কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই?

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত সংবাদমেল সম্বোধন কৰি জনায় যে এতিয়াৰে পৰা ৰাজ্যৰ ৰোগীসকলৰ বাবে বিনামূলীয়া হ'ব কিডনী ডায়েলেছিছ ৷

গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
author img

By

Published : Jun 11, 2019, 5:26 PM IST

  • সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ড0 হিমন্ত বিশ্ব শৰ্মাৰ
  • এতিয়াৰ পৰা বিনামূলীয়া হ'ব কিডনী ডায়েলেছিছ
  • এপল' হাস্পতালৰ লগত ৰাজ্য চৰকাৰৰ চুক্তি সম্পন্ন
  • এপল' হাস্পতালে ৰাজ্য চৰকাৰৰ বাবে সেৱা আগবঢ়াব
  • ডায়েলেছিছৰ বাবে চৰকাৰে বহন কৰিব সমগ্ৰ খা-খৰচ
  • অসমৰ বিভিন্ন জিলাৰ ১৮ টা স্থানত এই ডায়েলেছিছ চেণ্টাৰ মুকলি হ'ব
  • তাৰোপৰি এতিয়াৰে পৰা ৰাজ্যত বিনামূলীয়া চিকিৎসা হ'ব বৃক্কজনিত সমস্যাৰ
  • ১৪ জুনত আনুষ্ঠানিকভাৱে এই চিকিৎসা আৰম্ভ হ'ব নলবাৰী অসমাৰিক চিকিৎসালয়ত
  • ১৫ জুনত এই চিকিৎসা হ'ব মঙলদৈ অসমাৰিক চিকিৎসালয়ত
  • এখন চিকিৎসালয়ত ৬টা ইউনিট থাকিব, ইয়াৰে ১টা এচ আই ভি ৰোগীৰ বাবে থাকিব আৰু ৫টা সাধাৰণ জনতাৰ বাবে
  • এদিনত কৰিব পাৰিব ১৫ টা ডায়েলেছিছ

a_ghy_11jun_801_hbs_vis_byt_7204039

Visual sent by live U

মন্ত্ৰী হিমন্তৰ সংবাদমেল---
# এতিয়াৰ পৰা কিডনী ডিয়ালিছিছ বিনামূলীয়া হব ।
# Apollo Hospital Enterprise Limited য়ে কেন্দ্ৰয় আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে এই সেৱা আগবঢ়াব । ।
# অসমৰ বিভিন্ন জিলাৰ ১৮ টা স্থানত এই ডিয়ালিছিছ চেণ্টাৰ মুকলি হব ।

#  Pradhan Mantri National Dialysis Programmeৰ অধীনত অসমত বিনামূলীয়া চিকিৎসা হব Kidney damage, Kidney failure অথবা Dialysis

# ৫ ফেব্ৰুৱাৰী ত Apollo Hospital ৰ লগত চুক্তি কৰিছে ৰাজ্য চৰকাৰে

# এতিয়াৰে পৰা ৰাজ্যত বিনামূলীয়া চিকিৎসা হব Kidney damage অথবা Kidney failure

১৪ জুন ত আনুষ্ঠানিক ভাৱে আৰম্ভ কৰিব নলবাৰী Civil হস্পিতালত

# অসমৰ মুঠ ১৮ ঠাইত উপলব্ধ হব এই বিনামূলীয়া চিকিৎসাৰ
#  ১৫ জুন ত মঙ্গলদৈ Civil হস্পিতাল

# এখন হস্পিতালত ৬টা unit থাকিব, ইয়াৰে এটা HIV ৰোগীৰ বাবে থাকিব আৰু ৫টা সাধাৰণ জনতাৰ বাবে

# এদিনত ১৫ টা Dialysis কৰিব পাৰিব
# সকলোৱে লাভ কৰিব এই সুবিধা
#  সংবাদমেলত এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.