- সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ড0 হিমন্ত বিশ্ব শৰ্মাৰ
- এতিয়াৰ পৰা বিনামূলীয়া হ'ব কিডনী ডায়েলেছিছ
- এপল' হাস্পতালৰ লগত ৰাজ্য চৰকাৰৰ চুক্তি সম্পন্ন
- এপল' হাস্পতালে ৰাজ্য চৰকাৰৰ বাবে সেৱা আগবঢ়াব
- ডায়েলেছিছৰ বাবে চৰকাৰে বহন কৰিব সমগ্ৰ খা-খৰচ
- অসমৰ বিভিন্ন জিলাৰ ১৮ টা স্থানত এই ডায়েলেছিছ চেণ্টাৰ মুকলি হ'ব
- তাৰোপৰি এতিয়াৰে পৰা ৰাজ্যত বিনামূলীয়া চিকিৎসা হ'ব বৃক্কজনিত সমস্যাৰ
- ১৪ জুনত আনুষ্ঠানিকভাৱে এই চিকিৎসা আৰম্ভ হ'ব নলবাৰী অসমাৰিক চিকিৎসালয়ত
- ১৫ জুনত এই চিকিৎসা হ'ব মঙলদৈ অসমাৰিক চিকিৎসালয়ত
- এখন চিকিৎসালয়ত ৬টা ইউনিট থাকিব, ইয়াৰে ১টা এচ আই ভি ৰোগীৰ বাবে থাকিব আৰু ৫টা সাধাৰণ জনতাৰ বাবে
- এদিনত কৰিব পাৰিব ১৫ টা ডায়েলেছিছগুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
কিডনী ৰোগীসকললৈ সুখবৰঃ কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই? - assam
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত সংবাদমেল সম্বোধন কৰি জনায় যে এতিয়াৰে পৰা ৰাজ্যৰ ৰোগীসকলৰ বাবে বিনামূলীয়া হ'ব কিডনী ডায়েলেছিছ ৷
![কিডনী ৰোগীসকললৈ সুখবৰঃ কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3530323-855-3530323-1560253463559.jpg?imwidth=3840)
- সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ড0 হিমন্ত বিশ্ব শৰ্মাৰ
- এতিয়াৰ পৰা বিনামূলীয়া হ'ব কিডনী ডায়েলেছিছ
- এপল' হাস্পতালৰ লগত ৰাজ্য চৰকাৰৰ চুক্তি সম্পন্ন
- এপল' হাস্পতালে ৰাজ্য চৰকাৰৰ বাবে সেৱা আগবঢ়াব
- ডায়েলেছিছৰ বাবে চৰকাৰে বহন কৰিব সমগ্ৰ খা-খৰচ
- অসমৰ বিভিন্ন জিলাৰ ১৮ টা স্থানত এই ডায়েলেছিছ চেণ্টাৰ মুকলি হ'ব
- তাৰোপৰি এতিয়াৰে পৰা ৰাজ্যত বিনামূলীয়া চিকিৎসা হ'ব বৃক্কজনিত সমস্যাৰ
- ১৪ জুনত আনুষ্ঠানিকভাৱে এই চিকিৎসা আৰম্ভ হ'ব নলবাৰী অসমাৰিক চিকিৎসালয়ত
- ১৫ জুনত এই চিকিৎসা হ'ব মঙলদৈ অসমাৰিক চিকিৎসালয়ত
- এখন চিকিৎসালয়ত ৬টা ইউনিট থাকিব, ইয়াৰে ১টা এচ আই ভি ৰোগীৰ বাবে থাকিব আৰু ৫টা সাধাৰণ জনতাৰ বাবে
- এদিনত কৰিব পাৰিব ১৫ টা ডায়েলেছিছগুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
a_ghy_11jun_801_hbs_vis_byt_7204039
Visual sent by live U
মন্ত্ৰী হিমন্তৰ সংবাদমেল---
# এতিয়াৰ পৰা কিডনী ডিয়ালিছিছ বিনামূলীয়া হব ।
# Apollo Hospital Enterprise Limited য়ে কেন্দ্ৰয় আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে এই সেৱা আগবঢ়াব । ।
# অসমৰ বিভিন্ন জিলাৰ ১৮ টা স্থানত এই ডিয়ালিছিছ চেণ্টাৰ মুকলি হব ।
# Pradhan Mantri National Dialysis Programmeৰ অধীনত অসমত বিনামূলীয়া চিকিৎসা হব Kidney damage, Kidney failure অথবা Dialysis
# ৫ ফেব্ৰুৱাৰী ত Apollo Hospital ৰ লগত চুক্তি কৰিছে ৰাজ্য চৰকাৰে
# এতিয়াৰে পৰা ৰাজ্যত বিনামূলীয়া চিকিৎসা হব Kidney damage অথবা Kidney failure
১৪ জুন ত আনুষ্ঠানিক ভাৱে আৰম্ভ কৰিব নলবাৰী Civil হস্পিতালত
# অসমৰ মুঠ ১৮ ঠাইত উপলব্ধ হব এই বিনামূলীয়া চিকিৎসাৰ
# ১৫ জুন ত মঙ্গলদৈ Civil হস্পিতাল
# এখন হস্পিতালত ৬টা unit থাকিব, ইয়াৰে এটা HIV ৰোগীৰ বাবে থাকিব আৰু ৫টা সাধাৰণ জনতাৰ বাবে
# এদিনত ১৫ টা Dialysis কৰিব পাৰিব
# সকলোৱে লাভ কৰিব এই সুবিধা
# সংবাদমেলত এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ