ETV Bharat / briefs

৮ বছৰৰ প্ৰিমিয়াম প্ৰদানৰ পিচত স্বাস্থ্য বীমা দাবী বৈধ নহয়: আই আৰ ডি এ আই - ক্ষতিপূৰণভিত্তিক স্বাস্থ্য বীমা

বীমা কোম্পানীসমূহৰ শেষৰটো দাবীৰ প্ৰয়োজনীয় নথি-পত্ৰসমূহ প্ৰাপ্তিৰ সময়সীমা ৩০ দিনৰ ভিতৰত হোৱা উচিত । যদি দাবী পৰিশোধৰ সময়সীমা বেছি হৈ যায়, তেন্তে কোম্পানীয়ে পলিচি হোল্ডাৰৰ পৰা সূদ আদায় কৰিব ।

৮ বছৰ প্ৰিমিয়াম প্ৰদানৰ পিছত স্বাস্থ্য বীমা দাবী যোগ্য নহয়: আই.আৰ.ডি.এ.আই

author img

By

Published : Jun 14, 2020, 6:08 PM IST

নতুন দিল্লী, ১৪ জুন: ভাৰতীয় বীমা নিয়ন্ত্ৰক আৰু বিকাশ প্ৰাধিকৰণ (IRDAI)ৰ নিৰ্দেশনাত উল্লেখ থকা মতে, ৮ বছৰৰ বাবে প্ৰিমিয়াম প্ৰদান কৰাৰ পিছত স্বাস্থ্য বীমা কোম্পানীসমূহক কোনো দাবী কৰাৰ অনুমতি দিয়া হোৱা নাই ।

৮ বছৰ প্ৰিমিয়াম প্ৰদানৰ পিছত স্বাস্থ্য বীমা দাবী যোগ্য নহয়: আই.আৰ.ডি.এ.আই
৮ বছৰ প্ৰিমিয়াম প্ৰদানৰ পিছত স্বাস্থ্য বীমা দাবী যোগ্য নহয়: আই.আৰ.ডি.এ.আই

আই আৰ ডি এ আই য়ে কয় যে, এই নিৰ্দেশনা মূল উদ্দেশ্য হৈছে ক্ষতিপূৰণভিত্তিক স্বাস্থ্য বীমা (ব্যক্তিগত দুৰ্ঘটনা আৰু বিদেশ ভ্ৰমণৰ বাহিৰে) উৎপাদকৰ সামান্য চৰ্তক সহজ, ইয়াৰ সাধাৰণ নীতি আৰু ধাৰাসমূহ সৰল কৰি তুলি সামগ্ৰিকভাৱে একতা সুনিশ্চিত কৰা । উপলব্ধ স্বাস্থ্য বীমা উৎপাদনসমূহ এই নিৰ্দেশনাৰ অন্তৰ্ভুক্ত নহয়, সেইসমূহ ২০২১ চনৰ ১ এপ্ৰিললৈকে নবীকৰণ তথা সংশোধন কৰা হ'ব । উল্লেখ্য যে, ৮ বছৰৰ এই সময়সীমাক ‘Moratorium Period’ আখ্যা দিয়া হৈছে ।

দাবী নিষ্পত্তিকৰণ সন্দৰ্ভত আই আৰ ডি এ আই য়ে সদৰী কৰে যে, বীমা কোম্পানীসমূহৰ শেষৰটো দাবীৰ প্ৰয়োজনীয় নথি-পত্ৰসমূহ প্ৰাপ্তিৰ সময়সীমা ৩০ দিনৰ ভিতৰত হোৱা উচিত । যদি দাবী পৰিশোধৰ সময়সীমা বেছি হৈ যায়, তেন্তে কোম্পানীয়ে পলিচি হোল্ডাৰৰ পৰা সূদ আদায় কৰিব । এই সূদৰ পৰিমাণ কোম্পানীসমূহৰ শেষৰটো দাবীৰ প্ৰয়োজনীয় নথি-পত্ৰসমূহ প্ৰাপ্তিৰ সময়সীমাৰ পৰা ২ শতাংশ হ'ব ।

নিৰ্দেশনাত কোৱা হৈছে যে, বীমাকৃত ব্যক্তিজনৰ নথিসমূহ নবীকৰণৰ বাবে তেওঁৰ হাতত কমেও ৬০ দিন সময় থাকিব লাগিব ।

লগতে পঢ়ক : দিল্লীৰ কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতিক লৈ কেন্দ্ৰীয় নেতৃত্বৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.