বিশ্বনাথ, ২৫ এপ্ৰিল : বৃহস্পতিবাৰে ঘোষণা হোৱা অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলালৈ সুখবৰ কঢ়িয়াই আনিছে গহপুৰৰ এজন ছাত্ৰই । গহপুৰ মহকুমাৰ কলাবাৰীৰ ব্ৰেনজিৎ হাজৰিকা নামৰ ছাত্ৰজনে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত

নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা সফলতা লাভ কৰা ব্ৰেনজিতে ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো স্থানলাভ কৰিবলৈ সক্ষম হৈছিল ।
কলাবাৰীৰ পিতৃ প্ৰফুল্ল হাজৰিকাআৰু মাতৃ ৰুনু হাজৰিকাৰ পুত্ৰ ব্ৰেনজিৎ হাজৰিকাৰ এই সাফল্যত উৎসুক পৰিয়ালৰ লগতে স্থানীয় ৰাইজ ।
লগতে পঢ়ক : কলা শাখাৰ দ্বিতীয় স্থানত উজ্বলিল কাশ্মিৰী দাস