ETV Bharat / briefs

কোভিড-১৯ : বিশ্বজুৰি শেহতীয়া তথ্য - চীনৰ ৰাজধানী কৰ্তৃপক্ষ

চীনত নতুনকৈ ১৭ জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে আৰু ইয়াৰ তিনিজন লোক বেইজিঙৰ আভ্যন্তৰীণ সংক্ৰমণৰ য'ত সম্প্ৰতি কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পাইছে । চহৰখনৰ বিউটি পাৰ্লাৰ আৰু চেলুনৰ কৰ্মচাৰীসকলক কৰা শ্বাৱ পৰীক্ষাত এতিয়ালৈ এজনো আক্ৰান্ত ৰোগী পোৱা নাই আৰু অধিক সংক্ৰমণ নহ'বলৈ ইতিমধ্যে নিয়ন্ত্ৰণ অব্যাহত ৰখা হৈছে ।

কোভিড-১৯ : বিশ্বজুৰি শেহতীয়া তথ্য
কোভিড-১৯ : বিশ্বজুৰি শেহতীয়া তথ্য
author img

By

Published : Jun 28, 2020, 3:09 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৮ জুন : সমগ্ৰ বিশ্বতে মহামাৰী কোভিড-১৯য়ে বৰ্তমানলৈ ১,০০,৭৫,১১১ জন লোকক আক্ৰান্ত কৰাৰ বিপৰীতে বিশ্বজুৰি এই পৰ্যন্ত ৫,০০,৬২৬ জন লোকৰ মৃত্যু হোৱা বুলি তথ্যত প্ৰকাশ পাইছে । ইয়াৰ লগতে বৰ্তমানলৈ ৫৪,৫৩,২৪৭ জন ৰোগী সুস্থ হৈ উঠিছে ।

কোভিড-১৯ : বিশ্বজুৰি শেহতীয়া তথ্য
কোভিড-১৯ : বিশ্বজুৰি শেহতীয়া তথ্য

চীনত নতুনকৈ ১৭ জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে আৰু ইয়াৰ তিনিজন লোক বেইজিঙৰ আভ্যন্তৰীণ সংক্ৰমণৰ য'ত সম্প্ৰতি কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পাইছে ।

বিশ্বজুৰি শেহতীয়া তথ্য

চীনৰ ৰাজধানী কৰ্তৃপক্ষই সদৰি কৰে অনুসৰি, ‘’চহৰখনৰ বিউটি পাৰ্লাৰ আৰু চেলুনৰ কৰ্মচাৰীসকলক কৰা শ্বাৱ পৰীক্ষাত এতিয়ালৈ এজনো আক্ৰান্ত ৰোগী পোৱা নাই আৰু অধিক সংক্ৰমণ নহ'বলৈ ইতিমধ্যে নিয়ন্ত্ৰণ অব্যাহত ৰখা হৈছে ।''

মুঠ ৮৩,৫০০ সংক্ৰমণৰ ঘটনাৰ মাজত ৪,৬৩৪ টা ঘটনাক বাদ দি দেওবাৰে চীনত কোনো আক্ৰান্ত লোকৰ মৃত্যু হোৱা নাই । আনহাতে, শনিবাৰে সমাপ্ত হোৱা তিনিদিনীয়া ড্ৰেগন বোট ফেষ্টিভেলত ১০ মিলিয়ন চীনা লোকে ভ্ৰমণ কৰে যদিও দেশখনত ভিৰক লৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ।

লগতে পঢ়ক : কোভিড-১৯ : গুজৰাটৰ আহমেদাবাদৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.