ETV Bharat / briefs

কৰ্প'ৰেট গোষ্ঠীসমূহক শিল্পীৰ সমৰ্থনত আহিবলৈ আহ্বান ইলা অৰুণৰ

বলিউডৰ অভিনেত্ৰী তথা লোক গায়িকা ইলা অৰুণে কোভিড-১৯ৰ এই সংকটপূৰ্ণ সময়ছোৱাত কৰ্পৰেট কোম্পানীসমূহক শিল্পীৰ সমৰ্থনত ওলাই আহিবলৈ আহ্বান জনায় । লগতে তেওঁ আশ্বাস দিয়ে যে, শিল্পীসকলে নিজৰ জীৱনটোক লৈ হাৰ মানিব নালাগে ।

কৰ্প'ৰেট কোম্পানীসমূহক শিল্পীৰ সমৰ্থনত আহিবলৈ আহ্বান লোক গায়িকা ইলা অৰুণৰ

author img

By

Published : Jun 14, 2020, 12:24 PM IST

চিটাৰা ডেস্ক, ১৪ জুন: বলিউডৰ অভিনেত্ৰী তথা লোক গায়িকা ইলা অৰুণে কোভিড-১৯ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, লোক শিল্পীসকলৰ লাইভ মনোৰঞ্জনৰ ক্ষেত্ৰত কোভিড-১৯য়ে বেয়াকৈ প্ৰভাৱ বিস্তাৰ কৰিছে । কিয়নো এই ক্ষেত্ৰত সামাজিক দূৰত্বই প্ৰাধান্য পাইছে । সামাজিক দূৰত্ব সকলোৰে এক জীৱন শৈলী হৈ পৰিছে । সেইবাবে অভিনেতাগৰাকীয়ে কৰ্পৰেট কোম্পানীসমূহক শিল্পীৰ সমৰ্থনত ওলাই আহিবলৈ আহ্বান জনাইছে ।

কেৱল মঞ্চ গায়িকাই নহয়, ইলা অৰুণ এগৰাকী প্ৰতিষ্ঠিত লোক গায়িকাও । তেওঁ ‘চোলী কে পিচে’, ‘মোৰনী বাগ মা বোলে’ আৰু ‘ৰিংগা ৰিংগা’ আদি বলিউড ছবিৰ গানতো কণ্ঠদান কৰিছে ।

কৰ্প'ৰেট কোম্পানীসমূহক শিল্পীৰ সমৰ্থনত আহিবলৈ আহ্বান লোক গায়িকা ইলা অৰুণৰ
কৰ্প'ৰেট কোম্পানীসমূহক শিল্পীৰ সমৰ্থনত আহিবলৈ আহ্বান লোক গায়িকা ইলা অৰুণৰ

তেওঁ কয় যে, কোনো এজন শিল্পীয়ে এই মহামাৰীৰ যুঁজত হাৰি যাব নোৱাৰাকৈ শিল্পীসকলক সমৰ্থনৰ প্ৰয়োজন । কিয়নো শিল্পীসকলে দৰ্শকক জীয়াই থকাৰ প্ৰেৰণা দিয়ে । গতিকে শিল্পীসকলে নিজৰ জীৱনটোক লৈ হাৰ মানিব নালাগে ।

লগতে পঢ়ক: দিশাক জন্মদিনৰ শুভেচ্ছা টাইগাৰ শ্ৰফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.