ETV Bharat / briefs

কলগাছিয়া বজাৰত কৃত্ৰিম বান - কলগাছিয়া ষ্টেটবেংক

ৰাইজৰ মতে পথৰ দুয়োকাষে নলা-নৰ্দমাৰ সুব্যৱস্থা নথকাৰ বাবে এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হয় । সেয়ে শীঘ্ৰে পথৰ দুয়োকাষে নলাৰ সুব্যৱস্থা কৰাৰ বাবে জনিয়াৰ বিধায়ক আব্দুল খালেকক দাবী জনায় স্থানীয় ৰাইজে ।

কলগাছিয়াত কৃত্ৰিম বানপানীৰ তাণ্ডৱ
author img

By

Published : May 14, 2019, 10:10 AM IST

কলগাছিয়া,১৪মে' : জনিয়া বিধানসভা সমষ্টিৰ মাজমজিয়াৰ কলগাছিয়াত কৃত্ৰিম বানে জ্বলাকলা খুৱাইছে ৰাইজক । এজাক বৰষুণতেই বলাইপাথাৰৰ পৰা কলগাছিয়া ষ্টেটবেংকলৈ যোৱা পথছোৱা পানীৰে উপচি পৰে । যাৰ বাবে যাতায়তৰ ক্ষেত্ৰত ৰাইজে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় । ইফালে,বৰষুণৰ ফলত কলগাছিয়া সাপ্তাহিক বজাৰত একাঁঠু পৰ্যন্ত পানী জমা হয় আৰু অঞ্চলটোত ব্যৱসায়-বাণিজ্য বন্ধ হৈ পৰে ।

কলগাছিয়াত কৃত্ৰিম বানপানীৰ তাণ্ডৱ
স্থানীয় ৰাইজৰ মতে পথৰ দুয়োকাষে নলা-নৰ্দমাৰ সুব্যৱস্থা নথকাৰ বাবে এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হয় । সেয়ে শীঘ্ৰে পথৰ দুয়োকাষে নলাৰ সুব্যৱস্থা কৰাৰ বাবে জনিয়াৰ বিধায়ক আব্দুল খালেকক দাবী জনায় স্থানীয় ৰাইজে ।

Intro:slug: as_jania_14may_artificial_flood_vis3+byt2+pho2_asc10058

জনীয়া ১৪ মে: কলগাছিয়াত এজাক বৰষুণত কৃত্ৰিম বানপানীৰ তাণ্ডৱ। যাতায়তত নৰক যন্ত্ৰণা ৰাইজৰ । বিধায়ক আব্দুল খালেকৰ দৃষ্টি গোচৰ।Body:slug: as_jania_14may_artificial_flood_vis3+byt2+pho2_asc10058

জনীয়া সমষ্টিৰ মাজমজিয়াৰ কলগাছিয়াত কৃত্ৰিম বানপানীৰ তাণ্ডৱ। বলাইপাথাৰৰ পৰা কলগাছিয়া ষ্টেট বেংক লৈ যোৱা পথছোৱা দ হোৱাৰ বাবে এজাক বৰষুণ পৰিলেই একাঠু পানী হোৱাত দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজ নৰক যন্ত্ৰণা ভুগি আছে ।বৰষুণ পৰিলেই দোকানী সকলৰ ব্যৱসা - বানিজ্য একেবাৰে বন্ধ হৈ পৰে। ফলত পথটোৰ দুয়ো পাৰে থকা দোকানী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ইফালে কলগাছিয়া সাপ্তাহিক বজাৰতো হৈছে একাঠু পানী। ৰাস্তাৰ দুয়োকাষে নলা নিৰ্মাণ কৰি পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰাৰ বাবে জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকৰ ওচৰত ৰাইজে দাবী জনাইছে ।Conclusion:slug: as_jania_14may_artificial_flood_vis3+byt2+pho2_asc10058

বাইট : স্থানীয় লোকৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.